Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

অত্যধিক মূল্যত ডিজেল ক্ৰয় কৰি নিজে চলাইছে মেচিন, পানী যোগানৰ ব্যয় বহন কৰিব নোৱাৰি পথাৰলৈ যাবলৈ এৰিছে, শালি খেতিৰ বতৰত পথাৰে পথাৰে হা-হুমুনিয়াহ, ফোঁপযহী মন্ত্ৰীৰ নথিতহে জলসিঞ্চনৰ সফলতা

publisher by publisher
January 28, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Lack of irrigation in Assam:

ৰাজ্যত এতিয়া বৰো তথা শালি খেতিৰ বতৰ। এই খেতিৰ বাবে ৰাজ্যৰ অধিকাংশ কৃষকে বাট চাই ৰয়। কাৰণ বানৰ সময়ছোৱাত বহু খেতিয়ক ভীষণ লোকচানৰ গ্ৰাহত পৰে। বানে তেওঁলোকৰ খেতি নষ্ট কৰি পেলায়। সেই কাৰণে বৰো খেতি তথা শালি ধানৰ খেতিৰ ওপৰত তেওঁলোক বিশেষভাৱে নিৰ্ভৰ কৰিবলগীয়া হয়। তদুপৰি বছৰত অন্ততঃ দুটা খেতি ৰাজ্যৰ অধিকাংশ খেতিয়কে কৰে। সেই সকলোৰে বাবে সম্পূর্ণৰূপে জলসিঞ্চন নিৰ্ভৰশীল বৰো খেতি অত্যন্ত গুৰুত্বপূর্ণ। এই খেতিত প্রয়োজন হয় পর্যাপ্ত পৰিমাণৰ পানী। কিন্তু সেই পানী খেতিয়কে পাবলৈ ৰাজ্যৰ পথাৰত নাই পর্যাপ্ত জলসিঞ্চন ব্যৱস্থা।

ADVERTISEMENT

একেবাৰে ন্যূনতম পৰিমাণতহে চলি আহিছে এই ব্যৱস্থাটো। অথচ বিভাগীয় ফোঁপযহী মন্ত্রী অশোক সিংহলৰ তথাকথিত নথিভিত্তিক সফলতা দাবীৰ অন্ত নাই। মন্ত্রী, বিভাগীয় বিষয়াৰ সফলতা দাবীৰ বিপৰীতে পথাৰত নাই কোনো সা-সুবিধা। আকৌ চৰকাৰী আঁচনি এখনৰ সুবিধা পাবলৈও অত্যন্ত কঠিন। এইবোৰৰ পৰিণতিতে কৃষি প্রধান ৰাজ্য অসমত পথাৰৰ প্ৰতি আকর্ষণ হেৰুৱাইছে কৃষকে। ফলত বহু পথাৰ এতিয়া উদং হৈ পৰি ৰয়।

RelatedPosts

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ

ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা

Tamulpur:তীব্ৰ খৰাং দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত

উল্লেখ্য যে অসমত থকা কৃষি ভূমিৰ পৰিমাণ হ’ল ২৭.৫ লাখ হেক্টৰ। ইয়াৰে ২৪ লাখ হেক্টৰতে ধান খেতি হয়। অথচ তাৰে অধিকাংশ পথাৰতে নাই জলসিঞ্চনৰ সুবিধা। তেনে অৱস্থাত বৰো ধানৰ খেতিয়কৰ এতিয়া দুর্ভোগৰ অন্ত নাই। পানীৰ অভাৱত নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিবলৈ বাধ্য হোৱাৰ ফলত তেওঁলোকৰ উৎপাদন মূল্য যথেষ্ট বৃদ্ধি হয়। সেই অনুপাতে কিন্তু তেওঁলোকে বজাৰ দৰ নাপায়।

এই সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগৰ খেতিয়ক জিন্টুল কলিতাই আক্ষেপেৰে কয়, ‘পানীৰ বাবে পথাৰত আমি কে’বাজনো খেতিয়কে মিলি নিজাববীয়াকৈ অস্থায়ীভাৱে ডিজেল মেচিন বহুৱাইল ‘বলৈ বাধ্য হও। ডিজেল চালিত মেচিনেৰে পানী দিওতে দিওতে আমাৰ আধ্যা পৰে। ডিজেলৰ উচ্চ মূল্যই আমাৰ ওপৰত অধিক মাধমাৰ শোধাইছে। শেষত গৈ খৰচ ইমানে বাঢ়ে যে খেতিৰ পৰা লাভ হোৱা বুলিবলৈ প্রায় একোৱেই নাথাকে।’

এই প্রসংগতে উল্লেখ্য যে খেতিয়কে নিজাববীয়াকৈ পানী যোগানৰ বাবে পথাৰত স্থাপন কৰা মেচিন চলাবলৈ প্রয়োজন হোৱা ডিজেলো গাঁও অঞ্চলত অধিক দামত ক্ৰয় কৰিব লাগে। পৰিবহণ ব্যয়ৰ দোহাই দি যোগনীয়াৰে প্ৰতি লিটাৰ ডিজেলৰ পৰা অধিক মুনাফা আদায় কৰি আহিছে। উদাহৰণ স্বৰূপে ব্যাপক পৰিমাণত ধান উৎপাদন হোৱা বৰপেটা জিলাত বৰ্তমান পথাৰত পানী যোগান ধৰা মেচিনত ব্যৱহাৰ কৰা প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’ল কমেও ১১০ টকা।

অৰ্থাৎ বজাৰ দৰতকৈ প্ৰায় ২০ টকা অধিক মূল্যত কৃষকে ডিজেল ক্ৰয় কৰিবলৈ বাধ্য হৈছে। দিন-ৰাতি পথাৰত পানী যোগানৰ বাবে এনেদৰে অধিক মূল্যত ডিজেল ক্ৰয় কৰিবলগীয়া হোৱাত দুখীয়া কৃষকসকল শেষত গৈ কঙাল হ’বলগীয়া হয়। চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ দুৰৱস্থাই সৃষ্টি কৰা এনে পৰিণতিত সেয়েহে বহু কৃষকে এতিয়া পথাব ছন পেলাই থ’বলৈ বাধ্য হৈছে।

উল্লেখ্য যে বৰো তথা শালি খেতিতেই অধিক পানীৰ প্ৰয়োজন হয় আৰু এই খেতিতে জলসিঞ্চনৰ সুবিধা চৰকাৰৰ সফলতাৰ দাবীৰ বিপৰীতে হ্রাসহে হৈছে। জলসিঞ্চন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি ২০২১ ত শালি ধানৰ খেতি কৰা ১.২১ লাখ হেক্টৰ ভূমিত চৰকাৰী পানী যোগানৰ ব্যৱস্থা আছিল। সেই পৰিমাণ বৃদ্ধি হোৱাৰ বিপৰীতে ২০২২৩ ০.৭ লাখ হেক্টৰলৈ হাসহে হয়।

বিভাগীয় তথ্য অনুসৰি অসমৰ মুঠ কৃষি ভূমিৰ ১৪ শতাংশতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। সেই ভূমিত থকা জলসিঞ্চন আঁচনিৰ সংখ্যা হ’ল প্ৰায় চাৰি হেজাৰ। তাৰে কমেও ১৫শ আঁচনি অকামিলা হৈ পৰি আছে। কিন্তু বাস্তৱত এই সংখ্যা আৰু অধিক। একেদৰে চৰকাৰী নথি অনুসৰি বিগত ২০২৩ ত মুঠ কৃষি ভূমিৰ ১১.০৩ লাখ হেক্টৰ জলসিঞ্চনৰ সুবিধাৰ আওতালৈ নিয়া। বাস্তৱত এই পৰিসংখ্যা ‘আছে গৰু নাবায় হাল’ৰ দৰেহে বুলি সূত্রটোৱে মন্তব্য কৰে।

জলসিঞ্চনৰ সুবিধা নোপোৱা কৃষকে এই সময়ছোৱাত মাজে মাজে অহা বৰষুণলৈও আগতে বাট চাই ৰৈছিল। কিন্তু বতৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ সম্ভাৱনা আৰু মাত্রাও এতিয়া হ্রাস হৈছে। কে’বামাহ ধৰি বৰষুণ নোহোৱাত পথাৰবোৰ মৰুময় যেন হৈ পৰিছে। সেই পথাৰত নিজাকৈ পানী যোগান ধৰি ৰাজ্যৰ কৃষি অর্থনীতিক শক্তিশালী কৰি তোলাটো দুখীয়া কৃষক সমাজৰ বাবে মুঠেই সম্ভৱ নহয়। সম্ভৱ হ’ব পাৰে কেবল চৰকাৰৰ তথাকথিত নথিতহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agriculture Dept.CultivatorLack of irrigationWater Crisis
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d