Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Ahmedabad worlds most unsustainable megacities : ৫০ বছৰৰ ভিতৰত খাদ্য, জল সংকটত ‘অস্থিৰ’ হ’ব দিল্লী, আহমেদাবাদ, দাবী প্ৰতিবেদনত

Water Crisis in Delhi : সৰ্বাধিক কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব, আফ্রিকাৰ (Africa) ছাহাৰা মৰুভূমি সংলগ্ন অঞ্চলবোৰত । তাৰ পাছতেই থাকিব দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰ

samimsultana by samimsultana
October 21, 2022
in India, News
Reading Time: 1 min read
0
Delhi Ahmedabad worlds most unsustainable megacities : ৫০ বছৰৰ ভিতৰত খাদ্য, জল সংকটত ‘অস্থিৰ’ হ’ব দিল্লী, আহমেদাবাদ, দাবী প্ৰতিবেদনত

An evening in Delhi

2
SHARES
15
VIEWS
ShareShareShareShare

Delhi Ahmedabad worlds most unsustainable megacities :

Climate Change বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে, আগন্তুক ৫০ বছৰৰ ভিতৰতেই বিশ্বৰ প্রায় এক কোটি লোকে গাঁও বা বস্তি এৰি বৃহৎ চহৰত বসতি স্থাপন কৰাৰ সম্ভাৱনা । তাৰ বাবে এই সময়ৰ ভিতৰত বিশ্বৰ নানা প্রান্তত ১৪খন বৃহৎ চহৰ নিৰ্মাণ কৰাৰ প্রয়োজনীয়তা দেখা দিব পাৰে । কিন্তু এই নতুন নগৰায়নৰ ফলত খাদ্য আৰু জলসংকট আৰু বাঢ়িব বুলি দাবী কৰা হ’ল এটা প্ৰতিবেদনত ।

ADVERTISEMENT
slums
Delhi slum area

মূলতঃ অর্থনীতি আৰু শান্তিস্থাপন সংক্রান্ত বিষয়ত কাম কৰা এটা সংস্থাৰ তৰফৰ পৰা প্রকাশিত সেই প্ৰতিবেদনত কোৱা হৈছে, দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন চহৰত জনসংখ্যা প্রায় ৫০ শতাংশ বৃদ্ধি পাব । ইয়াৰ ফলত চহৰবোৰে সুস্থ জীৱনযাপন কৰিবৰ বাবে প্রয়োজনীয় সামগ্ৰীবোৰৰ পৰা বঞ্চিত হ’ব ।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

খাদ্য আৰু পানীৰ জোগান, অপৰাধৰ হাৰসহ মুঠ পাঁচটা মানদণ্ডত ‘অস্থিৰ’ চহৰবোৰৰ ভৱিষ্যৎ অৱস্থা পর্যালোচনা কৰিছূ সমীক্ষক সংস্থাই । চহৰবোৰৰ তালিকাত আছে বাংলাদেশৰ ৰাজধানী ঢাকা, পাকিস্তানৰ লাহোৰ, ভাৰতৰ দিল্লী, কলকাতা আৰু আহমেদাবাদ ।

india hunger child food security1
India-hunger-child

প্ৰতিবেদনত এইটোও কোৱা হৈছে, সৰ্বাধিক কঠিন পৰিস্থিতিৰ সৃষ্টি হ’ব, আফ্রিকাৰ (Africa) ছাহাৰা মৰুভূমি সংলগ্ন অঞ্চলবোৰত । তাৰ পাছতেই থাকিব দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰ । তাৰ কাৰণো ব্যাখা কৰিছে সমীক্ষক সংস্থাটোৱে ।

তেওঁলোকৰ তৰফৰ পৰা ষ্টিভ কিলিলিয়াই কয়, আগন্তুক ৫০ বছৰত নগৰায়ন, চহৰৰ জনসংখ্যা বৃদ্ধিৰ ফলত সমগ্ৰ বিশ্ব মাৰাত্মক ক্ষতিগ্রস্ত হ’ব । অৱশ্যে সৰ্বাধিক ক্ষতিগ্রস্ত হ’ব এই দুই অঞ্চল ।

GettyImages 871511920IndiaDelhi.0
pollution-India-Climate change

ষ্টিভৰ মতে, বিশ্বৰ এই চহৰসমূহত মূলতঃ স্বল্প উপার্জনৰ মানুহে বাস কৰে । সেয়ে পৰিৱর্তিত জলবায়ুৰ স’তে যুঁজিবৰ বাবে আর্থিক আৰু সামাজিক যি সমলৰ প্রয়োজন, সেয়া জোগাৰ কৰিবলৈ সক্ষম নহ’ব এই চহৰৰ বাসিন্দাসকল । ফলত এই চহৰবোৰত খাদ্য সংকট, অপৰাধৰ হাৰ, সামাজিক বৈষম্য বাঢ়িব বুলি তেওঁ দাবী কৰিছে ।

প্ৰতিবেদনত সৰ্বাধিক ‘অস্থিৰ’ আৰু ‘ভাৰসাম্যহীন’ চহৰ বুলি কোৱা হৈছে কংগোৰ কিনছাছাক । তালিকাৰ শীৰ্ষত আছে কেনিয়াৰ ৰাজধানী নাইৰ’বি নাইজেৰিয়াৰ লাগোছ । এই চহৰবোৰত অর্ধ শতকৰ ভিতৰত জনসংখ্যাৰ হাৰ ৮০ শতাংশৰো অধিক হ’ব বুলি দাবী কৰা হৈছে ।

অৱশ্যে প্রাকৃতিক সম্পদেৰে পৰিপূৰ্ণ আফ্রিকাৰ দেশসমূহ কিছু ক্ষেত্রত পৰিৱর্তিত জলবায়ুৰ স’তে যুঁজ দিব পাৰে বুলি আশাবাদী । অৱশ্যে কলকাতাৰ দৰে দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰক লৈ ‘উদ্বেগ’ প্রকাশ কৰা হৈছে এই প্ৰতিবেদনত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AhmedabadDELHIFood CrisisWater Crisis
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d