Pressmeet:শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেল

WhatsApp Image 2026 01 01 at 5.51.39 PM

Pressmeet:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে এক সংবাদমেল সম্বোধন কৰিব জুবিনৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে ৷ শুকুৰবাৰে আবেলি ৫.৩০ বজাত মহানগৰীৰ কাহিলিপাৰাৰ ছিনার্জী ইম্পেৰিয়েল এপাৰ্টমেণ্টৰ নিজা বাসগৃহত আয়োজন কৰা হৈছে সংবাদমেল খন ৷ সংবাদমেলত উপস্থিত থাকিব জুবিন ভগ্নী ড:পামী বৰঠাকুৰ ৷

Exit mobile version