ন আৰু ১০ জানুৱাৰীত তামিলনাডুত প্ৰৱল বৃষ্টিৰ সতৰ্কতা 

IMG 20260107 130849

Tamilnadu:✒️ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাধিক অঞ্চলত প্ৰৱল বৃষ্টিৰ সতর্কতা জাৰি কৰিলে। বতৰ বিজ্ঞান বিভাগৰ পূর্বানুমানত উল্লেখ কৰা অনুসৰি, তামিলনাডুত ন আৰু ১০ জানুৱাৰীত প্ৰৱল বৃষ্টিপাত হ’ব পাৰে।

দক্ষিণ বংগত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত তামিলনাডু আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত বৃষ্টিৰ সম্ভাৱনা প্ৰকট হৈছে।

পুডুচেৰীতো ন আৰু ১০ জানুৱাৰীত পাতল বৃষ্টিৰ লগতে ঘন কুঁৱলীৰ সম্ভাৱনা আছে।

Exit mobile version