Mahamrityunjay Tample:আজিৰে পৰা ৩১ জানুৱাৰীলৈ বন্ধ থাকিব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ

মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব মহামৃত্যুঞ্জয় মন্দিৰ

WhatsApp Image 2026 01 16 at 11.44.00 AM

Mahamrityunjay Tample:

শুকুৰবাৰৰ পৰা ৩১ জানুৱাৰীলৈ বন্ধ থাকিব থাকিব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ নগাঁও চহৰৰ পাশ্বৱৰ্তী ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰ ৷ মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ বাবে ৩১ জানুৱাৰীলৈকে বন্ধ থাকিব মন্দিৰ ৷ ১ফেব্ৰুবাৰীত ভক্তৰ বাবে পুনৰ খোলা হ’ব মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ।

Exit mobile version