Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

    ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

    সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰৱল শীততো বৰফৰ আকাল নন্দোদেৱীত 

publisher by publisher
January 17, 2026
in India, News
Reading Time: 1 min read
0
প্ৰৱল শীততো বৰফৰ আকাল নন্দোদেৱীত 
4
SHARES
36
VIEWS
ShareShareShareShare

Nanda Devi:✒️উত্তৰাখণ্ডৰ বিভিন্ন অংশত পুনৰ সৃষ্টি হৈছে দাবানলৰ আতংক। ধোঁৱাৰে ঢাকি পৰিছে অনেক অৰণ্য। স্বাভাৱিকভাবেই উদ্বেগ বৃদ্ধি পাইছে বন বিভাগৰ। যিসমূহ অঞ্চলৰ জংঘলত জুইৰ প্ৰকোপ দেখা গৈছে, তাৰ ভিতৰত অন্যতম হৈছে নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন বিস্তীর্ণ বনাঞ্চল।

ADVERTISEMENT

হিমালয়ৰ ওপৰৰ ফালে অৱস্থিত পৰিৱেশগতভাৱে অত্যন্ত সমৃদ্ধ এই সংৰক্ষিত অঞ্চলটোৰ এক বিশাল অংশৰ সেউজ প্রকৃতি ইতিমধ্যে জুইত ছাৰখাৰ হৈছে। মহাকাশৰ পৰাও দৃষ্টিগোচৰ হৈছে জুইৰ লেলিহান শিখা। যদিও হিমালয়ৰ এই ৰাজ্যত দাবানলৰ বাৰম্বাৰ পুনৰাবৃত্তি ঘটে, তথাপি এই বছৰ এই পৰিস্থিতি বহু আগতেই তথা ব্যাপক আকাৰত ঘটিবলৈ আৰম্ভ কৰিছে। যাৰ বাবেই উদ্বেগ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কিয় এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও প্রশ্ন উঠিছে।

RelatedPosts

No Content Available

আচলতে এই বছৰৰ শীত অতিৰিক্ত শুকান। কাৰণ এই বছৰৰ শীতত বৰষুণৰ কোনো উমঘাম নাই। শীত শুকান হোৱাৰ বাবেই বিপত্তি ঘটিছে। উত্তৰাখণ্ডৰ মানুহে সততে শীতকালীন বৰষুণ আৰু তুষাৰপাতৰ বাবে অপেক্ষা কৰি থাকে; যাতে গ্ৰীষ্মৰ পূৰ্বে পৰিৱেশ আৰ্দ্ৰ হৈ থাকে। অথচ এইবাৰ বৰষুণ আৰু তুষাৰপাতৰ পৰিমাণ একেবাৰে কম। তাৰ ফলতেই জংঘলসমূহ শুকান হৈ পৰিছে।

ফলত সহজেই ঘটিছে দাবানলৰ বিপৰ্যয়। যিবোৰ ঠাই বৰফে আবৰি থাকে, সেইবোৰত এতিয়া বৰফ দেখিবলৈ নাই; বৰঞ্চ সেইবোৰ অঞ্চলতো দাবানল দেখা গৈছে। বিশেষকৈ পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যখনত দাবানলে সময়ৰ আগতেই আৰু ব্যাপক আকাৰত ভয়ানক ৰূপ লোৱাৰ বাবেই পৰিৱেশবিদসকলৰ উদ্বেগ বৃদ্ধি পাইছে। স্বাভাৱিকতে বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে।

এই প্রসংগত পৰিৱেশবিদ অনিল যোশীয়ে কয়, ‘এই বিষয়টো নিয়ন্ত্রণলৈ আনিবই লাগিব আৰু সেয়া কেৱল তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া আমি বনৰ ওপৰভাগৰ মাটিৰ আৰ্দ্ৰতা বৃদ্ধি কৰিব পাৰিম।’ সেইবাবেই এই অঞ্চলত বেছিকৈ জলাশয় আৰু পুখুৰী খনন পৰামৰ্শ দিছে তেওঁ। যোশীৰ মতে, ইয়াৰ ফলত বৰষুণ আৰু তুষাৰপাত কম হ’লেও অঞ্চলটোৰ পৰিৱেশ আৰ্দ্ৰই থাকিব।

একাংশ জলবায়ু বিজ্ঞানীয়ে মন্তব্য কৰিছে যে ক্রমবর্ধমান তাপমাত্রা আৰু পৰিৱৰ্তিত বতৰৰ ধৰণে হিমালয়ত অগ্নিকাণ্ডৰ আশংকা বৃদ্ধি কৰিছে। ‘উষ্ণ’ শীতৰ কাৰণে তুষাৰপাত কম হয়, বৰফ দ্রুতগতিৰে গলি যায় আৰু শুকান সময়কাল দীর্ঘ হয়। ইয়াৰ ফলত দাবানলৰ বতৰ দীঘলীয়া হৈছে। অতীতৰ তুলনাত কিছু সপ্তাহৰ পূৰ্বেই জুই বিয়পি পৰিবলৈ আৰম্ভ কৰে। সহজ ভাষাত ক’বলৈ হ’লে, জলবায়ু পৰিৱৰ্তনে হিমালয় পর্বতমালাৰ ছন্দকে সলনি কৰি পেলাইছে। ফলত বৃদ্ধি পাইছে চিন্তা, উদ্বেগ। অবিলম্বে সতর্ক হোৱাৰো পৰামৰ্শ দিছে জলবায়ু বিজ্ঞানীসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nanda Devi
publisher

publisher

Related Posts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ
News

May 2, 2026
ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে
News

ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

May 2, 2026
সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত
News

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

May 2, 2026
পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d