Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ঋতুস্ৰাৱৰ কি কৰিব-কি নকৰিব? সময়ছোৱাত

publisher by publisher
January 19, 2026
in Lifestyle
Reading Time: 1 min read
0
ঋতুস্ৰাৱৰ কি কৰিব-কি নকৰিব? সময়ছোৱাত
2
SHARES
16
VIEWS
ShareShareShareShare

নাৰীয়ে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ছোৱাত কেতবোৰ সমস্যাৰ সন্মুখীন হয়। কিন্তু এই সমস্যাবোৰৰ পৰা বাচিবলৈ ব্যায়াম কৰা উচিত নে অনুচিত, সেই বিষয়ত বহুতেই বিবুধিত পৰা দেখা যায়।

ADVERTISEMENT

এটা ভ্রান্তিমূলক ধাৰণা আছে যে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ছোৱাত কোনো ধৰণৰ ব্যায়াম কৰা উচিত নহয়। বিছনাত পৰি থাকি বিশ্রাম লোৱাই শ্রেয়।

RelatedPosts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

কিন্তু ব্যায়াম কৰা অনুচিত বুলি ভবাটো একেবাৰে ভুল। কাৰণ সেই সময়ছোৱাত ব্যায়াম কৰাৰ ফলত নাৰীৰ শৰীৰৰ গঠন সঠিক হৈ থাকে। লগতে সেই সময়ছোৱাত সৃষ্টি হোৱা যন্ত্রণা (বেক পেইন আৰু এবড’মিনেল ক্রেম্প)ৰ পৰাও সকাহ পোৱা যায়।

কিন্তু নাৰীয়ে, বিশেষকৈ কম বয়সীয়া ছোৱালীয়ে জানিব লাগিব যে সেই বিশেষ সময়খিনিত কি ব্যায়াম কৰিব বা কি নকৰিব। কাৰণ সকলোবোৰ ব্যায়াম সেই সময়ত শৰীৰৰ বাবে উপযোগী নহয়।

⇨ জাম্পিং, ৰাণিং বা কিকিং হাই কেতিয়াও নকৰিব। আচলতে সেই সময়খিনিত শৰীৰৰ সহনশক্তিৰ মাত্রা হ্রাস পায়।

⇨ মর্নিং ৱাক নিশ্চয় কৰিব, কিন্তু দ্রুতগতিৰে খোজ নাকাঢ়িব।

⇨ মাটিত নবহি বজ্রাসন কৰি বহাৰ চেষ্টা কৰিব। তেনে কৰিলে গৰ্ভাশয় আৰু ডিম্বাশয়ৰ কোনো ক্ষতি নহয়। লগতে গৰ্ভাশয় আৰু ডিম্বাশয়ৰ গঠনো ভালে থাকে।

⇨ এই সময়ছোৱাত ক’ল্ড ড্রিংক, আইচ ক্রীম আদি শীতল খাদ্যবস্তু গ্রহণ নকৰাই ভাল। কৰিলেও যিমান পাৰি কম হ’ব লাগে। শীতল খাদ্য খালে ডিম্বাশয়ত যন্ত্রণা হোৱাৰ সম্ভাৱনা থাকে।

⇨ যোগ কৰাসকলে নৌকাসন আৰু হলাসন একেবাৰে নকৰিব। গোমুখ আসন বা ধনুৰাসন কৰিব পাৰে। বিশেষ সময়খিনিত সবাতোকৈ উপযোগী হ’ল প্রাণায়াম। প্ৰাণায়ামৰ অনুলোম-বিলোম, শীতলী, শিতকাৰী, ভ্ৰামৰী কৰিলে সেই সময়ছোৱাত দেখা দিয়া খিংখিঙিয়া স্বভাৱ আৰু মন বেয়া হোৱা আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

⇨ এটা কথা মনত ৰাখিব যে ব্যায়াম কৰাৰ পাছত ভালদৰে আৰাম কৰিব।

⇨ ঋতুস্ৰাৱৰ সময়ত জিমলৈ গৈ তলপেটৰ কোনো ব্যায়াম একেবাৰে নকৰিব।শৰীৰৰ ওপৰ অংশৰ ব্যায়াম কৰিব পাৰে।

⇨ যি ব্যায়ামেই কৰে সকলোতে কান্ধৰ প্ৰয়োগ কৰিব। লাইট ৱেইট ব্যৱহাৰ কৰিব। তাকো শৰীৰৰ ওপৰ অংশৰ বাবে।

⇨ জিমলৈ গৈ মেচিনৰ ব্যৱহাৰ একেবাৰে নকৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d