Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ধাৰণা কৰাতকৈ পূর্বে জলশূন্যতাৰ দিশে পৃথিৱী!

publisher by publisher
January 19, 2026
in News, world
Reading Time: 1 min read
0
ধাৰণা কৰাতকৈ পূর্বে জলশূন্যতাৰ দিশে পৃথিৱী!
1
SHARES
10
VIEWS
ShareShareShareShare

বিগত দুই-তিনি বছৰত দেখা গ’ল যে বহু অঞ্চলত বাৰিষা পানীৰ প্ৰচণ্ড নাটনিৰ বাবে কৃষিকৰ্মত ব্যাঘাত জন্মিল। একাংশ বিজ্ঞানীৰ মতে এয়া মাথোঁ পৃথিবীখন জলশূন্য হোৱাৰ দিশত অগ্ৰসৰ হোৱাৰ এক লক্ষণহে। এই বিজ্ঞানীসকলৰ মতে অচিৰে এনে এটা দিন আহি আছে যেতিয়া এদিন আপুনি পুৱা শুই উঠি মুখ-হাত ধুবলৈ ঘৰৰ পানীৰ টেপটো খুলি পানী নাপাব!

ADVERTISEMENT

টেপত পানী নোলোৱাৰ কাৰণ পানীৰ পাইপ ভঙাৰ বাবে নহয়। তাৰ পৰিৱৰ্তে আপোনাৰ ঘৰলৈ পানী যোগান ধৰা জলাধাৰ বা জলাশয় শুকাই যোৱাৰ ফলত আপুনি মুখখন ধুবলৈও পানী নাপালে। খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা ধাৰণা কৰাৰ লেখীয়াকৈ বহু বছৰৰ পাছত নহয়, চলিত শতিকাতে এনে জটিল অৱস্থাৰ সৃষ্টিৰ আশংকা আছে।

RelatedPosts

জাৰৰ দিনতে পৰিৱেশ উষ্ণ হোৱাৰ পৰিণতি

Climate :১২১ বছৰৰ গৰমৰ ৰেকৰ্ড ভংগ কৰিলে ২০২২ ৰ মাৰ্চে,

Climate Change:জলবায়ু পৰিবৰ্তনে সকলোতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল, দাবী প্ৰতিবেদনত

বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে ২০২০ৰ দশকত ভাৰতকে ধৰি পৃথিৱীৰ কেতবোৰ অঞ্চলত পানীৰ এনে নাটনি সৃষ্টিৰ লক্ষণ ফুটি উঠে। এই অৱস্থাক ‘দিন শূন্য খৰাং’ বুলি কোৱা হয়। এই দিন শূন্য খৰাং প্রত্যক্ষ কৰাৰ বাবে অধিক বছৰ অপেক্ষা কৰিবলগীয়া নহ’ব বুলিও বিজ্ঞানীসকলে সতর্ক কৰি দিছে।

বিজ্ঞানীসকলৰ মতে কে’বাটাও কাৰকে এনে জটিল পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা আছে। পৃথিৱীত পানীৰ বৰ্ধিত চাহিদা আৰু জলাশয় সংকুচিত হোৱাটো হৈছে ইয়াৰ প্ৰধান কাৰণ। জলবায়ুৰ এলানি অনুকৃতি ব্যৱহাৰ কৰি কৰা গৱেষণাত বিজ্ঞানীসকলে তথ্য উদ্ধাৰ কৰিছে যে খৰাংপ্ৰৱণ অঞ্চলসমূহে আগন্তুক ২১শৰ ভিতৰত অভূতপূর্ব খৰাঙৰ সন্মুখীন হ’ব।

এই অভূতপূর্ব খৰাং সৃষ্টি কৰিব পানীৰ নাটনিয়ে। এনে আসন্ন জটিল অৱস্থাৰ বাবে বিজ্ঞানীসকলে মানবসৃষ্ট জলবায়ু পৰিৱৰ্তনক দায়ী কৰিছে। অর্থাৎ বতৰৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ বাবে এই প্রচণ্ড পানীৰ নাটনি পৃথিৱীত সৃষ্টি নহয়। বিগত কিছু বছৰত দেখা গ’ল যে ভাৰতৰ চেন্নাই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ দৰে চহৰসমূহৰ বাসিন্দাই খোৱাপানীৰ নাটনিৰ সম্মুখীন হয়।

একে জটিল অৱস্থাৰ সৃষ্টি হয় দক্ষিণ আফ্রিকাৰ কেপটাউন চহৰত। ২০১৮৩ কেপটাউনৰ বাসিন্দাসকলে পানী যোগান ধৰা টেপত পানী পোৱা নাছিল। ইয়াৰ আগৰ তিনি বছৰত চহৰখনত বৰষুণৰ প্ৰচণ্ড ঘাটি হৈছিল। গতিকে দিন শূন্য খৰাঙলৈ পৃথিৱীৰ বহু অঞ্চল অগ্ৰসৰ হৈছে বুলি বিজ্ঞানীসকলে উদ্বেগ প্রকাশ কৰিছে।

এনে জটিল পৰিস্থিতি ঘাইকৈ ভূমধ্য সাগৰীয় অঞ্চল, আফ্রিকা আৰু উত্তৰ আমেৰিকাত সৃষ্টিৰ আশংকা প্রবল। তদুপৰি ভাৰতৰ কেতবোৰ অঞ্চল, চীনৰ উত্তৰাঞ্চল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণাঞ্চলতো কিছু বছৰৰ পাছতে পানীৰ নাটনি প্রবল হৈ উঠিব পাৰে।

ইতিমধ্যে এই অঞ্চলসমূহৰ কেতবোৰ স্থানত বিগত চাৰি-পাঁচ বছৰত বৰষুণৰ দিনতে খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। যিবোৰ অঞ্চলে বর্তমানলৈ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই, সেই অঞ্চলসমূহলৈও চলিত দশকৰ বাকী থকা বছৰকেইটাত বা আগন্তুক ২০৩০ৰ দশকত এনে পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা আছে।

গৱেষণাত পোহৰলৈ অহা অনুসৰি বিশ্বৰ বৃহৎ জলাশয়সমূহৰ ১৪ শতাংশই আগন্তুক কিছু বছৰত শুকাই তৰাং হোৱাৰ আশংকা আছে। গতিকে যিসকল লোকে খোৱাপানী, জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন, কল-কাৰখানা আদি চলোৱাৰ বাবে এনে প্রাকৃতিক জল উৎসৰ ওপৰত নিৰ্ভৰ কৰে। সেইসকলে আন সকলতকৈ পূর্বে জল সংকটৰ সন্মুখীন হ’ব।

বিজ্ঞানীসকলে আশংকা কৰিছে যে চলিত শতিকাৰ ভিতৰতে পৃথিৱীৰ ৭৫ কোটি অধিক লোক জলসংকটৰ সন্মুখীন হ’ব। এই ক্ষেত্রত অধিক স্পৰ্শকাতৰ হৈছে নগৰ-চহৰত বাস কৰা লোকসকল।

বিভিন্ন নগৰ-চহৰত বাস কৰা ৪৬ কোটিৰো অধিক লোক আগন্তুক কিছু বছৰত প্ৰচণ্ড জলসংকটৰ সম্মুখীন হ’ব। ইয়াৰ উপৰি গ্রামাঞ্চলসমূহৰ ২৮ কোটিৰো অধিক লোকে পানীৰ নাটনিৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’ব পাৰে। ভূমধ্য সাগৰীয় অঞ্চলসমূহৰ বাসিন্দাসকল জল সংকটৰ দিশৰ পৰা অধিক স্পৰ্শকাতৰ হৈছে।

অৱশ্যে এছিয়া, আফ্ৰিকাৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ লোকসকলো এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ইয়াৰ কাৰণ হৈছে এনে অঞ্চলসমূহৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। আনকি এই অঞ্চলসমূহৰ ৬১ শতাংশ স্থানৰ উষ্ণতা শেহতীয়াভাৱে এক ডিগ্ৰীৰ পৰা ২.৫ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি পাইছে।

এই উষ্ণতা বৃদ্ধিয়ে পানীৰ নাটনি তীব্ৰতৰ কৰি তোলাৰ আশংকা বহন কৰিছে। উষ্ণতা বৃদ্ধিৰো কাৰণ হৈছে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Climate
publisher

publisher

Related Posts

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d