Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Climate Change:জলবায়ু পৰিবৰ্তনে সকলোতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল, দাবী প্ৰতিবেদনত

publisher by publisher
September 28, 2021
in News
Reading Time: 1 min read
0
Climate Change:জলবায়ু পৰিবৰ্তনে সকলোতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল, দাবী প্ৰতিবেদনত
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

জাৰৰ দিনতে পৰিৱেশ উষ্ণ হোৱাৰ পৰিণতি

ধাৰণা কৰাতকৈ পূর্বে জলশূন্যতাৰ দিশে পৃথিৱী!

Climate :১২১ বছৰৰ গৰমৰ ৰেকৰ্ড ভংগ কৰিলে ২০২২ ৰ মাৰ্চে,

জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বত যি প্ৰাকৃতিক দুৰ্যোগ হৈছে, ইয়াৰ ফলত সৰ্বাধিক প্ৰভাৱিত হৈছে মহিলা আৰু শিশুসকল । যিয়ে আধুনিক দাসত্ব আৰু মানৱ সৰবৰাহৰ আশংকা বৃদ্ধি কৰিছে । কেইদিনমান আগতে, ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ এনভায়ৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট এণ্ড এণ্টি শ্লেভাৰী ইণ্টাৰনেচনেলৰ দ্বাৰা এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল।

ADVERTISEMENT

ইয়াত কোৱা হৈছে যে জলবায়ুৰ এই ব্যাপক পৰিৱৰ্তনৰ ফলত বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতত মহিলা আৰু শিশুৰ বিপদ বৃদ্ধি পাইছে ।

অহা মাহত ব্ৰিটেইনৰ গ্লাছগোতত জলবায়ু সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এখন সন্মিলন অনুষ্ঠিত হ’ব ।  তাৰ ঠিক আগতে, এই প্ৰতিবেদন দাঙি ধৰি সম্ভাব্য বিপদৰ পৰা সতৰ্ক কৰা হৈছে ৰাষ্ট্ৰনেতাসকলক‌ ।

উদাহৰণ স্বৰূপে, প্ৰতিবেদনখনত ইণ্ডোনেছিয়াৰ চুনামি, ঘানাৰ খৰাং আৰু পশ্চিম বংগৰ সুন্দৰবন অঞ্চলৰ আয়লা আৰু আমপানৰ দৰে ঘূৰ্ণীবতাহৰ ফলত হোৱা বিধ্বংসী ক্ষতিৰ বিষয়ে আলোকপাত কৰা হৈছে ।

প্ৰতিবেদনখনত ঠিকা কৰ্মী, বাল্য বিবাহ, আধুনিক দাসত্বৰ মাজত মানৱ সৰবৰাহ আদি বিষয়বোৰ সামৰি লোৱা হৈছে । কোৱা হয় যে যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে সলনি হয়, স্থানীয় বাসিন্দাসকলে অন্য কোনো ঠাইলৈ যাবলৈ বাধ্য হয় । অসাধু দালালসকলে তাৰেই সুবিধা লৈ আছে । ফলস্বৰূপে, মানৱ সৰবৰাহ বৃদ্ধি পাইছে ।

মহিলাসকলক কেতিয়াবা যৌন ব্যৱসায়ৰ‌ পথ বাছি ল’বলৈ বাধ্য কৰা হয়, কেতিয়াবা তেওঁলোকক অতি কম অৰ্থৰ বিনিময়ত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰা হয় । শিশুসকলেও একে‌ পৰিস্থিতি সন্মুখীন হৈ আহিছে ।

উদাহৰণস্বৰূপে, চুনামি, আয়লা, আমপানৰ দৰে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে উল্লেখ কৰা হৈছে । ২০০৪ ৰ চুনামিৰ পাছত ইণ্ডোনেছিয়াত কেনেদৰে মানৱ সৰবৰাহ বৃদ্ধি পাইছিল তাৰ পৰিসংখ্যা দেখুওৱা‌ হৈছে ‌।

২০০৯ৰ আয়লা আৰু ২০২০ৰ আমপানৰ পাছত সুন্দৰবন আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ দুৰ্দশাৰ বিষয়েও আলোকপাত কৰা হৈছে । একেদৰে, উত্তৰ ঘানাৰ আক্ৰা অঞ্চলৰ মহিলাসকলে পেটৰ তাৰণাত কেনেদৰে যৌন ব্যৱসায়ৰ পথ বাছনি কৰি ল’ব লগা হৈছে সেই বিষয়েও উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত ।

কেইদিনমান আগতে বিশ্ব বেংকৰ এটা প্ৰতিবেদনতো জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ ভাবুকিৰ বিষয়ে শুনা গৈছিল । প্ৰতিবেদনখনৰ অনুসৰি, বতৰৰ চৰম পৰিস্থিতিৰ বাবে যোৱা বছৰেই বিশ্বজুৰি ৫৫০ নিযুত লোকক ভিটেৰ পৰা মুকলি কৰিব লগা হৈছিল । যিটো সৰ্বকালৰ অভিলেখ । বিশ্ব বেংকৰ পৰিসংখ্যা অনুযায়ী, বৰ্তমানেও ৪০.৩ কোটি লোকে দাসত্ব জীৱন যাপন কৰি আছে । এতিয়াই সতৰ্কতা অৱলম্বন নকৰিলে কমেও ২১.৬ কোটি লোকে ২০৫০ৰ ভিতৰত গৃহহীন হ’ব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Climate
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d