Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lonka:কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ আঁচনিৰ সফল ব্যৱহাৰৰে কিদৰে স্বনিৰ্ভৰ আৰু সফল কৃষক হিচাপে গঢ়ি তুলিব পাৰে, তাৰেই এক জ্বলন্ত দৃষ্টান্ত লংকাৰ দুই নং কাকীৰ যুৱ কৃষক সত্যেন বৰা

publisher by publisher
January 22, 2026
in Assam
Reading Time: 1 min read
0
Lonka:কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ আঁচনিৰ সফল ব্যৱহাৰৰে কিদৰে স্বনিৰ্ভৰ আৰু সফল কৃষক হিচাপে গঢ়ি তুলিব পাৰে, তাৰেই এক জ্বলন্ত দৃষ্টান্ত লংকাৰ দুই নং কাকীৰ যুৱ কৃষক সত্যেন বৰা
5
SHARES
48
VIEWS
ShareShareShareShare

Lonka:

কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ আঁচনিৰ সফল ব্যৱহাৰৰে কিদৰে স্বনিৰ্ভৰ আৰু সফল কৃষক হিচাপে গঢ়ি তুলিব পাৰে, তাৰেই এক জ্বলন্ত দৃষ্টান্ত লংকাৰ দুই নং কাকীৰ যুৱ কৃষক সত্যেন বৰা I আধুনিক কৃষি পদ্ধতি, পৰিকল্পিত খেতি আৰু চৰকাৰী সহায়ৰ সঠিক ব্যৱহাৰে তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে কৃষিকাজো হ’ব পাৰে লাভজনক, সন্মানজনক আৰু স্থায়ী জীৱিকাৰ পথ।

ADVERTISEMENT

“পথাৰ আমাৰ, বজাৰ আমাৰ”—এই কথাষাৰ কেৱল শ্ল’গানত সীমাবদ্ধ নাথাকি বাস্তৱত ৰূপ দিছে সত্যেন বৰাই। কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনি গ্ৰহণ কৰি তেওঁ শালিধান খেতিৰ জৰিয়তে ইতিমধ্যে প্ৰায় ২৭ লাখ টকা উৰ্পাজন কৰিবলৈ সক্ষম হৈছে। সঠিক সময়ত সুবিধা, উন্নত বীজ আৰু পৰিকল্পিত খেতিৰ ফলতেই এই সাফল্য সম্ভৱ হৈছে বুলি তেওঁ কয়।

RelatedPosts

kaki:লংকাৰ কাকী আৰক্ষীক চোৰৰ বুঢ়া আঙুলি !

Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

Senior journalist Mukul Patar passes away:কাকীৰ জ্যেষ্ঠ সাংবাদিক- লেখক মুকুল পাটৰৰ দেহাৱসান

ধানৰ খেতিৰ লগতে সত্যেন বৰাই কল, নেমু আদি উদ্যানশস্যৰ খেতি আৰু পুখুৰীত মাছ পালন আৰম্ভ কৰিছে। এই সকলোবোৰ মিলাই তেওঁ বছৰি প্ৰায় ৩৫ লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হৈছে। নিজৰ উৎপাদিত সামগ্ৰী নিজেই বজাৰত বিক্ৰী কৰি তেওঁ মধ্যস্থতাবিহীন ব্যৱস্থা গঢ়ি তুলিছে, যাৰ ফলত কৃষকৰ ন্যায্য মূল্য নিশ্চিত হৈছে।

শেহতীয়াকৈ, জলসিঞ্চন সুবিধাৰ পূৰ্ণ সদ্ব্যৱহাৰেৰে সত্যেন বৰাই ২০ বিঘা মাটিত বৰো ধানৰ খেতি আৰম্ভ কৰিছে। এই বৰো ধানৰ খেতিৰ পৰা আগন্তুক সময়ছোৱাত ছয়ৰ পৰা সাত লক্ষাধিক টকা উৰ্পাজন কৰাৰ লক্ষ্য আগত ৰাখিছে তেওঁ।

বৰো ধানৰ খেতিত পানীৰ নিশ্চিত যোগান থকাৰ ফলত উৎপাদন বৃদ্ধি পাব বুলি তেওঁ আশাবাদী। সত্যেন বৰাই কয় যে, আজিৰ যুৱপ্ৰজন্মে যদি চৰকাৰী আঁচনিৰ বিষয়ে সঠিক তথ্য লৈ আগবাঢ়ে আৰু কৃষিক বিজ্ঞানসংগত দৃষ্টিভংগীৰে গ্ৰহণ কৰে, তেন্তে চাকৰিৰ পাছত নুঘূৰি নিজ অঞ্চলতেই স্বাৱলম্বী জীৱন গঢ়ি তুলিব পাৰে। কৃষিকাজে কেৱল অৰ্থনৈতিক লাভেই নহয়, সমাজত সন্মান আৰু আত্মবিশ্বাসো বৃদ্ধি কৰে বুলি তেওঁ উল্লেখ কৰে।

তেওঁ নিজৰ এই সাফল্যৰ আঁৰত কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ ভূমিকা বিশেষভাৱে উল্লেখ কৰাৰ লগতে চৰকাৰী সা-সুবিধা আৰু আঁচনি সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বৰ্তমান চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, সত্যেন বৰাৰ এই সফলতাৰ কাহিনী আজিৰ যুৱপ্ৰজন্মৰ বাবে এক স্পষ্ট বাৰ্তা—কৃষিকাজ অৱহেলা কৰিবলগীয়া ক্ষেত্ৰ নহয়, বৰঞ্চ ই স্বাৱলম্বিতাৰ এক শক্তিশালী মাধ্যম। তেওঁৰ এই উদ্যোগ আৰু অধ্যৱসায়ে কাকী অঞ্চলৰ বহু যুৱকক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা কৰা হৈছে।

শেষত ক’ব পাৰি যে, চৰকাৰী আঁচনিৰ সঠিক ব্যৱহাৰ, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবল থাকিলে গ্ৰামাঞ্চলতেই সফল জীৱন গঢ়ি তুলিব পাৰি—এই কথাই পুনৰ এবাৰ প্ৰমাণ কৰিছে যুৱ কৃষক সত্যেন বৰাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cultivator satyan boraKakiRice Cultivation
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d