Dimapur:নাগালেণ্ডৰ ডিমাপুৰত NO ENTRYত সেনাৰ বাহন প্ৰৱেশক লৈ নাগালেণ্ড আৰক্ষীৰ ৰোষত সেনাবাহিনী

WhatsApp Image 2026 01 24 at 11.52.21 AM

Dimapur:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য নাগালেণ্ডৰ বানিজ্যিক চহৰ ডিমাপুৰত ন’এন্টিত সেনাৰ বাহন প্ৰৱেশ কৰাক লৈ যুযুধান পৰিস্থিতি ৷ সেনাৰ বাহন প্ৰৱেশত বাধা নাগালেণ্ড ট্রেফিক আৰক্ষী আৰু স্থানীয় ৰাইজৰ ।

উল্লেখ্য যে সদাব্যস্ত চহৰ খনৰ ন’এন্টিত এলেকাত বলপূৰ্বকভাৱে সেনাৰ বাহন খন সোমোৱাৰ পিছতে ট্রেফিক আৰক্ষী আৰু স্থানীয় ৰাইজে বাধাৰোপ কৰাক লৈ সেনাৰে স্থানীয় লোকৰ হতাহতি পৰ্যন্ত হয় । অৱশ্যে ডিমাপুৰ ট্রেফিক আৰক্ষীয়ে পৰিস্থিতি চম্ভালি সেনাৰ বাহন খন ন’এন্টি জ’নৰ পৰা আঁতৰাই দিয়ে।

Exit mobile version