Ajit Pawar’s Funeral:
বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বাৰামতীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্তিম সৎকাৰ সম্পন্ন হয়। বিদ্যা প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় শেষকৃত্য অনুষ্ঠান।