AYM Postering Against Miya:
বাংলাদেশী মিঞাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱ মঞ্চ । সংগঠনটোৱে “মিঞা খেদাওক অসম বচাওক , মিঞা খেদি অসম বাংলাদেশ হোৱাৰ ৰক্ষা কৰক , থলুৱাক নিয়ুক্তি দি মিঞা খেদক ,জাগিলে অসম ৰখিব দেশ ,নহলে হ’ব বাংলাদেশ ” আদি শ্ল’গান সম্বলিত হৰ্ডিং প্ৰস্তুুত কৰি শিৱসাগৰ জিলাৰ প্ৰৱেশ পথৰ আমগুৰিৰ ৩৭ নং আৰু ৬১ নং ৰাষ্ট্ৰীীয় ঘাইপথৰ কাষত আঁৰি দিয়ে । আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিঞাৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ কৰাৰ লগতে মিঞাৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যাব বুলি সদৰি কৰ সংগঠনটোৰ সহকাৰী সচিব আকাশবীৰ শইকীয়াই ৷
