Morigaon:
ভুৱা নথি পত্ৰৰে চাকৰিত যোগদান কৰিবলৈ গৈ মৰিগাঁও আৰক্ষীৰ জালত পৰে এজন যুৱক ৷ আটকাধীন যুৱকজন নগাঁও জিলাৰ ৰাইদঙীয়াৰ চন্দ্ৰ মনি বৰা ৷ মৰিগাঁৱৰ জিলা নিৰ্বাচন বিভাগত চতুৰ্থবৰ্গত যোগদান কৰিবলৈ গৈছিল যুৱকজনে ৷ উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে এডিআৰইৰ পৰীক্ষাৰ জৰিয়তে চতুৰ্থ বৰ্গত নিযুক্তি দিছিল কে’বা শতাধিক মেধাসম্পন্ন প্ৰাৰ্থীক ।
ADVERTISEMENT




































