Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

publisher by publisher
March 5, 2026
in Lifestyle
Reading Time: 1 min read
0
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
3
SHARES
31
VIEWS
ShareShareShareShare

Mushrooms:✒️সমাজ সলনি হৈছে। আগতে মহিলাৰ পৰিচয় সীমাবদ্ধ আছিল ঘৰৰ দায়িত্বৰ মাজত। কিন্তু আজিৰ মহিলাই নিজৰ সামর্থ্য চিনিছে। এতিয়া মহিলাই নিজে উপার্জন কৰে, সিদ্ধান্ত লয় আৰু নিজৰ সপোন নিজেই গড়ে।

ADVERTISEMENT

কাঠফুলা অর্থাৎ মাছৰুম খেতি এনে এক উদ্যোগ যিয়ে গাঁৱৰ অসংখ্য মহিলাক আত্মনিৰ্ভৰ জীৱনৰ পথ দেখুৱাইছে। বহুত মাটিৰ প্ৰয়োজন নাই, বৃহৎ পুঁজিৰো প্রয়োজন নাই এই খেতিৰ বাবে। এটা সৰু কোঠা আৰু অলপ ইচ্ছাশক্তিয়েই আৰম্ভকৰিব পাৰে নতুন জীৱনৰ অধ্যায়।

RelatedPosts

No Content Available

কাঠফুলা আচলতে পুষ্টিগুণ সমৃদ্ধ এক খাদ্য। এই খাদ্য এতিয়া স্বাস্থ্য সচেতন সমাজত অতি জনপ্রিয় হৈ উঠিছে। প্র’টিন, ভিটামিন, খনিজ পদার্থ আৰু কম চর্বিযুক্ত হোৱাৰ বাবে চিকিৎসকেও মাছৰুম খাদ্যত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। এই কাৰণেই বজাৰত ইয়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে

আজিৰ বজাৰত মাছৰুম কেৱল এক খাদ্য সামগ্রী নহয় ই এক উদ্যোগ। গ্রামাঞ্চলৰ বহু মহিলা বাহিৰলৈ গৈ নিয়মীয়া কাম কৰিব নোৱাৰে। ঘৰৰ দায়িত্ব, সন্তান, বৃদ্ধ অভিভাৱক এইবোৰৰ মাজতে তেওঁলোকৰ সময় সীমিত কাঠফুলাৰ খেতিৰ বিশেষত্ব হ’ল- ঘৰৰ ভিতৰতে কৰিব পাৰি, মাটিৰ প্ৰয়োজন নাই দৈনিক কঠিন শাৰীৰিক পৰিশ্ৰম কৰিব নালাগে, অতি কম পুঁজিত আৰম্ভণি কৰিব পাৰি।

অৰ্থাৎ ঘৰৰ দায়িত্ব এৰি নিদিয়াকৈও এই ব্যৱসায়ৰ যোগেদি এগৰাকী মহিলা উপাৰ্জনকাৰী হ’ব পাৰে। এই খেতি আৰম্ভ কৰাৰ আগতে মৌলিক প্রশিক্ষণ লোৱা অতি প্রয়োজনীয়। অনেক কৃষি কার্যালয়, আত্মনিৰ্ভৰ গোট বা প্রশিক্ষণ কেন্দ্রত কাঠফুলা খেতিৰ ওপৰত প্রশিক্ষণ দিয়া হয়। অলপ শিকিলেই এই খেতি সহজে আয়ত্ত কৰিব পাৰি। এই খেতিৰ বাবে বিশেষ মাটি নালাগে; প্রয়োজন মাথোঁ সঠিক পৰিৱেশ। ঠাণ্ডা কোঠা, কম পোহৰ, পৰিষ্কাৰ পৰিৱেশ, বায়ু চলাচল কৰিব পৰা স্থান। ঘৰৰ খালী কোঠা, বাৰাণ্ডা, বাঁহৰ ঘৰ বা গুদাম সদৃশ ঠাই ব্যৱহাৰ কৰিব পাৰি।

খেতি কৰিবৰ বাবে যাবতীয় প্রস্তুতিসমূহ হ’ল উন্নত মানৰ বীজ প্লাষ্টিক বেগত ভৰোৱা হয়। পাছত বেগবোৰ ৰেকত ৰখা হয়। নিয়মীয়াকৈ পানী ছটিয়াই ৰাখিব লাগে, কোঠাটো পৰিষ্কাৰকৈ ৰাখিব লাগে। অতি প্ৰখৰ ৰ’দ বা গৰমৰ পৰা সুৰক্ষা দিব লাগে। ১৫-২০ দিনৰ ভিতৰতে প্রথম কাঠফুলা গজি উঠে। এইটোৱেই খেতিয়কৰ বাবে আটাইতকৈ আনন্দৰ মুহূৰ্ত।

কাঠফুলাৰ খেতি হৈছে সোনকালে আয় প্রদানকাৰী উদ্যোগ। এটা বেগৰ পৰা বহু বাৰ উৎপাদন, দৈনিক বিক্রীও সম্ভব, বজাৰত উচ্চ মূল্য, ৰেষ্টুৰেণ্ট আৰু হোটেলৰ স্থায়ী চাহিদা, সৰু আৰম্ভণিৰেই বহু মহিলাই মাহে উল্লেখযোগ্য আয় কৰিবলৈ সক্ষম হৈছে। মাত্র কেঁচা কাঠফুলা বিক্ৰী কৰাতেই সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ সম্ভাবনা বহুত আছে। যেনে- শুকান কাঠফুলা, তাৰ গুড়ি, আচাৰ, পেকেটজাত খাদ্য, অনলাইন বিক্রী এইবোৰে মহিলাক খেতিয়কৰ পৰা উদ্যোগীলৈ ৰূপান্তৰ কৰে।

যেতিয়া কে’বাগৰাকী মহিলাই একেলগে কাম কৰে তেতিয়া উৎপাদন বৃদ্ধি পায়, বজাৰ সহজে পোৱা যায়, খৰচ ভাগ হয় লগতে সাহস বৃদ্ধি পায়। অসমৰ বহু গাঁৱত আত্মনিৰ্ভৰ মহিলা গোটে কাঠফুলা খেতিৰে আৰ্থিক বিপ্লব ঘটাইছে। স্বাবলম্বী হোৱা মানে কেবল টকা উপার্জন নহয়। ই এগৰাকী মহিলাৰ চিন্তা, আত্মবিশ্বাস আৰু জীৱনৰ দৃষ্টিভংগী সলনি কৰে।

কাঠফুলা অর্থাৎ মাছৰুম খেতি আজি বহু মহিলাৰ বাবে উপাৰ্জনৰ উৎস, আত্মসম্মানৰ শক্তি আৰু স্বাধীন জীৱনৰ পথ হৈ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MushroomsMushrooms farming
publisher

publisher

Related Posts

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ
Lifestyle

স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

February 25, 2026
ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?
Lifestyle

ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

February 21, 2026
ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!
Lifestyle

ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

February 17, 2026
শৰীৰত অনেক তিল আছে নেকি?
Lifestyle

শৰীৰত অনেক তিল আছে নেকি?

February 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d