Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

সন্ধিয়া মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব চাৰিলেনযুক্ত উৰণসেতু খন

WhatsApp Image 2026 03 10 at 11.11.18 AM

Maharaj PrithuFly Over:

আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু ৷ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা চানমাৰী হৈ নুনমাটিলৈ প্ৰায় ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহত্তম উৰণসেতু খন মঙলবাৰে সন্ধিয়া ৫ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব ৷

উল্লেখ্য যে চাৰিলেনযুক্ত এলিভেটেড ৰোটাৰী বিশিষ্ট উৰণসেতু খন নিৰ্মাণত ব্যয় হৈছে প্ৰায় ৮৫২ কোটি টকা । নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে ২৮ মাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰিছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে।

Exit mobile version