Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

    অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

    Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 

    Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

    সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

    একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন

publisher by publisher
March 13, 2026
in News, Assam
Reading Time: 1 min read
0
উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন
1
SHARES
9
VIEWS
ShareShareShareShare

Dibrugarh University:✒️উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ত অনুষ্ঠিত হয় বিশ্ববিদ্যালয়খনৰ ২৪তম সমাৱর্তন। এই সমাৱর্তনত বিশিষ্ট শল্য চিকিৎসক সৰ্বেশ্বৰ ভূঞা(Sarbeswar Bhuyan)ক ডি.এচ চি. আৰু অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত সাহিত্যিক মামাং দাই(Mamang Dai)ক ডি. লিট. উপাধিৰে সন্মানিত কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ADVERTISEMENT

ডা° সৰ্বেশ্বৰ ভূঞা এজন অভিজ্ঞ আৰু সুপৰিচিত শল্য চিকিৎসক হিচাপে চিকিৎসা জগতত সুপ্ৰতিষ্ঠিত। ডিব্ৰুগড়ৰ Assam Medical College ৰ অধ্যাপক হিচাপে কৰ্মৰত ভূঞা বিশেষকৈ দৰিদ্ৰ ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা চিকিৎসা সেৱা, গভীৰ মানৱীয় দৃষ্টিভংগী আৰু সমাজমুখী মনোভাবৰ বাবে সুপৰিচিত। গ্ৰামাঞ্চল আৰু সুবিধা বঞ্চিত লোকসকলৰ বাবে সহজলভ্য চিকিৎসা সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁ দীৰ্ঘদিন ধৰি উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ

চিকিৎসা-শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত থকা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিশ্ববিদ্যালয়ে তেওঁক D.Sc. উপাধিৰে সন্মানিত কৰে।

আনহাতে অৰুণাচল প্ৰদেশৰ খ্যাতনামা কবি, ঔপন্যাসিক আৰু সাংবাদিক Mamang Daiয়ে উত্তৰ-পূব ভাৰতৰ জনজাতীয় সংস্কৃতি, লোককথা আৰু প্ৰাকৃতিক পৰিৱেশক ইংৰাজী সাহিত্যত এক স্বতন্ত্ৰ ধাৰাৰে উপস্থাপন কৰি বিশেষ খ্যাতি অৰ্জন কৰিছে। তেওঁৰ উপন্যাস The Black Hill ৰ বাবে ২০১৭ চনত তেওঁ সাহিত্য অকাডেমিৰ (Sahitya Akademi) বঁটা লাভ কৰে। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত অৱদানৰ বাবে তেওঁক ২০১১ চনত পদ্মশ্ৰী(Padma Shri)সন্মানো প্ৰদান কৰা হৈছিল।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা ভাৰতীয় প্ৰশাসনিক সেৱা(Indian Administrative Service)(IAS) বিষয়া হিচাপে ১৯৭৯ চনত নিৰ্বাচিত হোৱা মামাং দাইয়ে পিছলৈ সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰে।The Legends of Pensam,River Poems আৰু The White Shirts of Summer তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰত (Itanagar) বাস কৰে।

এই সমাৱর্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য (Lakshman Prasad Acharya), অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ধ্ৰুবজ্যোতি বৰা(Dhrubajyoti Bora), বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা(Jiten Hazarika (আৰু পঞ্জীয়ক পৰমানন্দ সোণোৱাল(Parmananda Sonowal) উপস্থিত থাকে।

উল্লেখযোগ্য যে এই সমাৱর্তনত মুঠ ১২,২৬১ জন শিক্ষাৰ্থীক বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে ১,৯৬৫ জন শিক্ষাৰ্থী আনুষ্ঠানিক কাৰ্যসূচীত উপস্থিত থাকে। লগতে বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক মুঠ ৪১টা বিষয়ত ৰাজ্যপালৰ স্বৰ্ণপদকো প্ৰদান কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dibrugarh University
publisher

publisher

Related Posts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী
India

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

March 13, 2026
অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক
News

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

March 13, 2026
Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 
News

Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 

March 13, 2026
Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত
News

Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

March 13, 2026
সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা
News

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

March 13, 2026
একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ
News

একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

March 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d