Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ

ডিব্ৰুগড়ত ১০০ খন বিছনাযুক্ত যোগ আৰু নেচাৰ'পেথী চিকিৎসালয় স্থাপনৰ কথা ঘোষণা সোণোৱালৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

publisher by publisher
April 7, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Yoga Divas At Dibrugarh University :

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ পূৰ্বৰ উপলক্ষত আজি ডিব্ৰুগড়ত উলহ-মালহেৰে উদযাপিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই যোগ মহোৎসৱত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি যোগ প্ৰদৰ্শন কৰে।

ADVERTISEMENT

অনুষ্ঠানটোত বহুকেইগৰাকী নেতাৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ উপৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু সৰ্বস্তৰৰ লোকে অংশগ্রহণ কৰে ।

আজিৰ অনুষ্ঠানটো উদ্বোধন কৰি কেন্দ্ৰীয় জাহাজ,জলপথ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত কয়, সহস্রাধিক লোকৰ উপস্থিতিৰে মুখৰিত এই প্ৰাণৱন্ত পৰিৱেশত ডিব্ৰুগড়ে ‘যোগ মহোৎসৱ’ৰ আয়োজন কৰাটো অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।

যোগৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক যোগ মহোৎসৱৰ সফলতাই অধিক সবল ৰূপত আগুৱাই লৈ গৈছে। আমাৰ উদ্দেশ্য হৈছে এখন সুস্থ সবল আৰু সুখী বিশ্ব গঢ় দিয়াৰ দিশত যোগৰ গুৰুত্ব বৃদ্ধি কৰা।

যোগক জীৱনধাৰা হিচাপে উন্নীত কৰাৰ আমাৰ প্ৰচেষ্টাই কেৱল মানুহৰ স্বাস্থ্য সবল কৰাই নহয়, লগতে এখন সুস্থ-সবল ভাৰত গঢ়ি তোলাতো ইতিবাচক অৱদান আগবঢ়াব।

আজিৰ যোগ মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সফলতাত সক্ৰিয় ভূমিকা পালন কৰা সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

২০২২ চনত শিৱসাগৰত আৰু ২০২৩ চনত ডিব্ৰুগড়ত যোগ মহোৎসৱৰ সফলতাই যোগৰ ক্ষেত্ৰখনত অসমৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু সবল নেতৃত্বৰ বাবেই যোগে এতিয়া বিশ্বজুৰি সমাদৰ আৰু গ্রহণযোগ্যতা লাভ কৰিছে। বিশ্ববাসীৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ লগতে সুস্বাস্থ্যৰ দিশত যোগে এক নতুন পথৰ সন্ধান দিছে।

যোগৰ অভূতপূর্ব উপকাৰিতা আৰু সুফলৰ বাবেই বিশ্বৰ চৌদিশে ভাৰতৰ এই প্ৰাচীন পদ্ধতিৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে।”

লগতে কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি বিশ্ব স্বাস্থ্য দিৱসৰ দিনাই উদযাপন কৰা এই যোগ মহোৎসৱত মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে আয়ুষ মন্ত্রালয়ে ডিব্ৰুগড়ত ১০০ খন বিছনাযুক্ত যোগ আৰু নেচাৰ’পেথী চিকিৎসালয় স্থাপন কৰিবলৈ অগ্ৰসৰ হৈছে।

ইয়াৰ যোগেদি ডিব্ৰুগড় অঞ্চলটো স্বাস্থ্যসেৱাৰ প্ৰাণকেন্দ্ৰ হিচাপে অধিক শক্তিশালী হ’ব আৰু জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু আন্তৰিকতাৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ অভূতপূৰ্ব ৰূপান্তৰ সম্ভৱ হৈ আছে।

এই দিশত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা শলাগৰ পাত্ৰ। যোগ অনুশীলনকাৰী সকলৰ সুবিধার্থে এক অনুকূল পৰিৱেশ গঢ় দিয়াৰ বাবে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে যিয়ে যোগক সকলোৰে জীৱনশৈলীৰ অভিন্ন অংশ কৰি তোলাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতাক অধিক শক্তিশালী কৰিব ৷

ত্ৰিপুৰৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই সমবেত লোকসকলক সম্বোধন কৰি কয়, “যোগ ভাৰতীয় ঐতিহ্য-পৰম্পৰাৰ অন্যতম মহান আশীর্বাদ।

প্রধানমন্ত্রী  নৰেন্দ্ৰ মোদীৰ পদক্ষেপৰ ফলত যোগে ইয়াৰ অতীত গৌৰৱ পুনৰুদ্ধাৰ কৰিছে কিয়নো এতিয়া ইয়াক সুস্বাস্থ্যৰ প্ৰেছক্ৰিপচন হিচাপে সমগ্ৰ বিশ্বতে গ্রহণ কৰা হৈছে। মই নিজে এজন চিকিৎসক হোৱাৰ বাবে যোগৰ সুফল আৰু লাভালাভ ভালদৰেই বুজি পাওঁ ।

যোগাভ্যাসে মানুহৰ জীৱন সুন্দৰ কৰি তোলাৰ লগতে এক উন্নত ভৱিষ্যতৰো প্ৰতিশ্ৰুতি দিয়ে। আজিৰ এই মনোমোহা অনুষ্ঠানটোলৈ মোক সাদৰে আমন্ত্ৰণ জনোৱাৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালক বিশেষকৈ ধন্যবাদ জনাইছোঁ।”

আয়ুষ মন্ত্রালয়ে আয়োজন কৰা আজিৰ এই ‘যোগ মহোৎসৱৰ মুল অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা, অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চৌনা মে’, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় ৰাজকুমাৰ ৰঞ্জন সিং আৰু ৰামেশ্বৰ তেলী, অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° সপম ৰঞ্জন সিং, অৰুণাচল আৰু মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রীদ্বয় ক্রমে আল’ লিবাং আৰু এম এমপাৰীন লিংড’, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া আৰু সঞ্জয় কিষাণ,মেঘালয়ৰ শক্তিমন্ত্ৰী এটি মণ্ডল, ছিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী লাল বাহাদুৰ দাস, হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতা, সাংসদ হৰেন সিং বে’, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, আন বিধায়কসকল বিনোদ হাজৰিকা, তেৰছ গোৱালা, চক্ৰধৰ গগৈ আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জিতেন হাজৰিকা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

আনহাতে মহোৎসৱত টাঞ্জানিয়া, ইউগাণ্ডা, কেনিয়া, ট’গো, নেপাল, নাইজেৰিয়া, লেছ’থো, বটছৱানা, ইজিপ্ত, নামিবিয়া আৰু কোৰিয়াৰ শিক্ষার্থীসকলেও অংশগ্ৰহণ কৰি ইয়াক এক বৃহৎ সফলতা প্ৰদান কৰে।

মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ড° ঈশ্বৰ ভি. বাসৱৰড্ডীয়ে আজি যোগ প্ৰদৰ্শনৰ কাৰ্যসূচী পৰিচালনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dibrugarh UniversityUnion Minister Sarbanandra SonowalYoga Divas
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d