Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

    দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা

    Senior Utpal Chakraborty Passes Away:মহানগৰীৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল বিয়োগ

    Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !

    এল পি জি চিলিণ্ডাৰৰ ক’লা বিপণন ৰোধৰ বাবে কেন্দ্ৰৰ নতুন কৌশল

    মধ্যপ্ৰাচ্য সংকটৰ মাজতে কূটনৈতিক তৎপৰতা!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ: সংবাদমহলত শোকৰ ছাঁ, গুৱাহাটী প্ৰেছ ক্লাবত শ্ৰদ্ধান্জলী,বিভিন্ন সংগঠন- সংস্থাৰ শোক প্ৰকাশ

publisher by publisher
March 18, 2026
in News
Reading Time: 1 min read
0
Senior Utpal Chakraborty Passes Away:মহানগৰীৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল বিয়োগ
1
SHARES
11
VIEWS
ShareShareShareShare

Senior Utpal Chakraborty Passes Away:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- দীর্ঘদিন দুৰাৰোগ্য ৰোগত ভুগি থাকি আজি অকাল মৃত্যুক সাৱটি লয় জ্যেষ্ঠ সাংবাদিক উৎপল চক্রবর্তীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ। মাজতে কিছু পৰিমাণে সুস্থ হৈও উঠিছিল চক্রবর্তী। কিন্তু – শেহতীয়াকৈ তেওঁ পুনৰ গুৰুতৰভাবে অসুস্থ হৈ পৰে। ইয়াৰ বাবে যোৱা পহিলা মাৰ্চত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওক ভর্তি কৰা হৈছিল। আজি সন্ধিয়া ৬-২১ বজাত চিকিৎসাধীন অবস্থাতে চক্রবর্তীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়লৈ তেও ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিকৰূপে কৰ্মৰত আছিল। চক্ৰৱতীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সংবাদমহলত শোকৰ ছাঁ বিয়পি পৰে। ইহসংসাৰত পত্নী আৰু একমাত্র পুত্ৰ সন্তানক এৰি থৈ যোৱা চক্রৱর্তীৰ শেষকৃত্য আজি সম্পন্ন কৰা কৰা হ’ব।

ADVERTISEMENT

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ প্ৰকৃত বাসিন্দা থকা উৎপল চক্রৱতীয়ে ১৯৮৮ত বৰপেটাৰ পৰা প্ৰকাশিত অধুনালুপ্ত বৰপীঠ’ কাকতৰ জৰিয়তে সংবাদসেৱাৰ ক্ষেত্ৰখনত প্রবেশ কৰিছিল। গুৱাহাটীৰ পৰা প্রকাশিত সেই সময়ৰ ‘আজিৰ বাতৰি’ কাকতৰ উত্তৰ তাৰপাছত তেওঁ শালমাৰাৰ স্থানীয় সংবাদদাতাৰূপে আগবঢ়াইছিল। পলিটেকনিকৰ ডিপ্ল ‘মাধাৰী চক্রৱর্তীয়ে সাংবাদিকতাৰ প্রতি গভীৰভাৱে আকৃষ্ট হৈছিল। সেই হেতুকে তেওঁ গুৱাহাটীলৈ আহি আজিৰ বাতৰিৰ ষ্টাফ ৰিপ’ৰ্টাৰ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আজি, আজিৰ দৈনিক বাতৰি আৰু অসমীয়া খবৰ কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ পদত দক্ষতাৰে নিজৰ সেৱা আগবঢ়াইছিল।

RelatedPosts

Zubeen Garg:গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ ঘোষণা

ইয়াৰ পাছত তেওঁ যোগদান কৰিছিল নিয়মীয়া বার্তা কাকতত। উৎপল চক্রৱতীৰ বিয়োগত বিভিন্ন সাংবাদিক সন্থা, সংগঠন আৰু ব্যক্তিয়ে গভীর শোক প্রকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে চক্ৰৱৰ্তীৰ বিয়োগত শোক প্রকাশ কৰিছে। জার্নেলিষ্ট ইউনিয়ন অৱ আছামৰ সভানেত্ৰী চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিৎ দাসেও শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে। অসম বার্তাজীৱী সংঘয়ো শোক প্রকাশ কৰিছে। ইয়াৰোপৰি বঙাইগাঁও জিলা সাংবাদিক সন্থা, বৃহত্তৰ বঙাইগাঁও জিলা সাংবাদিক সন্থা, অভয়াপুৰী প্রেছ ক্লাব, জিলা সাহিত্য সভা, অভয়াপুৰী সাহিত্য সভাকে ধৰি বহু অনুষ্ঠান প্রতিষ্ঠানেও শোক প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: parties and OrgranizationsSenior Utpal Chakraborty Passes AwayTributes
publisher

publisher

Related Posts

Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ
News

Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

March 18, 2026
দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা
Assam

দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা

March 18, 2026
Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !
News

Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !

March 18, 2026
এল পি জি চিলিণ্ডাৰৰ ক’লা বিপণন ৰোধৰ বাবে কেন্দ্ৰৰ নতুন কৌশল
India

এল পি জি চিলিণ্ডাৰৰ ক’লা বিপণন ৰোধৰ বাবে কেন্দ্ৰৰ নতুন কৌশল

March 18, 2026
মধ্যপ্ৰাচ্য সংকটৰ মাজতে কূটনৈতিক তৎপৰতা!
India

মধ্যপ্ৰাচ্য সংকটৰ মাজতে কূটনৈতিক তৎপৰতা!

March 18, 2026
ইলেক্ট্ৰিক গাড়ী চাৰ্জিং কৰোঁতেই বিস্ফোৰণ!

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d