Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইলেক্ট্ৰিক গাড়ী চাৰ্জিং কৰোঁতেই বিস্ফোৰণ!

মুহূর্ততে জ্বলি উঠিল ঘৰ… সাত জনৰ কৰুণ মৃত্যু

publisher by publisher
March 18, 2026
in India, News
Reading Time: 1 min read
0
ইলেক্ট্ৰিক গাড়ী চাৰ্জিং কৰোঁতেই বিস্ফোৰণ!
2
SHARES
15
VIEWS
ShareShareShareShare

Indore:✒️মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ দেশক কঁপাই তুলিছে। পুৱতি নিশা এখন বাসগৃহত লাগিল ভয়ংকৰ জুই—মুহূর্ততে জুইয়ে গোটেই ঘৰখন গ্রাস কৰি লয় আৰু তাৰ ফলতেই কমেও সাত জন লোকৰ কৰুণ মৃত্যু হয়।

ADVERTISEMENT

ঘটনাটো সংঘটিত হৈছে ইন্দোৰৰ বৃজেশ্বৰী এনেক্স (Brijeshwari Annexe) নামৰ এটা আৱাসিক অঞ্চলত। তথ্য অনুসৰি, পুৱতি নিশা প্ৰায় ৩:৩০ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত হঠাতে জুই লাগে আৰু অলপ সময়ৰ ভিতৰতে জুই গোটেই ঘৰখনলৈ বিয়পি পৰে।

RelatedPosts

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

Fire in West Tripura:পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী শিবিৰত বিধ্বংসী অগ্নিকাণ্ড

Fire in Paltan Bazar:মহানগৰীৰ পল্টনবজাৰৰ অপ্সৰা চিনেমা হলৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

প্ৰাথমিক তদন্তত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এটা ইলেক্ট্ৰিক কাৰ চাৰ্জিং পইণ্টত হোৱা বিস্ফোৰণৰ পৰাই জুই সূচনা হৈছিল বুলি সন্দেহ কৰা হৈছে।

তাৰ পিছতেই ঘৰৰ ভিতৰত থকা একাধিক গেছ চিলিণ্ডাৰ এটাৰ পাছত এটা বিস্ফোৰিত হয়, যাৰ ফলত জুই অধিক ভয়ংকৰ ৰূপ লয়।

ঘৰৰ ভিতৰত থকা লোকসকলৰ বাবে এই ঘটনা একেবাৰে অপ্রত্যাশিত আছিল। জুই আৰু ধোঁৱাৰ মাজত বহু লোক আৱদ্ধ হৈ পৰে। ইয়াৰ ওপৰিও ডিজিটেল লক থকা বাবে বহু লোক সময়মতে ওলাই আহিব নোৱাৰিলে, যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পায়।

অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দীৰ্ঘ সময় ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত জুই নিয়ন্ত্ৰণ কৰে। তথাপিও বহু লোকক বচাব নোৱাৰিলে। কিছু লোকক গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

বৰ্তমান এই ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। ইলেক্ট্ৰিক গাড়ী চাৰ্জিং, গেছ চিলিণ্ডাৰ সংৰক্ষণ আৰু গৃহ সুৰক্ষাৰ বিষয়ত এই ঘটনাই পুনৰবাৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FireIndore
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d