Zubeen Garg:
মহানগৰীৰ ব্ৰক্ষপুত্ৰ নদীত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ ঘোষণা প্ৰশাসনৰ ৷ বৃহস্পতিবাৰৰ পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা।
ADVERTISEMENT
উল্লেখ্য যে , ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ মাৰাথন অনুশীলন কৰি থকাৰ বাবে এই সিদ্ধান্ত প্ৰশাসনৰ ৷
মনকৰিবলগীয়া যে, ৯ মাৰ্চত লাচিতঘাটৰ আকাশত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই প্ৰথমবাৰৰ ভাৰতীয় বায়ুসেনাৰ বিমানে জুবিনৰ কালজয়ী গীত মায়াবিনীৰ গীতৰ তালে তালে পুস্পবৃষ্টিৰে নানা কৌশল প্ৰদৰ্শন কৰিব ৷



































