নির্বাচনৰ পূৰ্বে তিনিচুকীয়াত বিস্ফোৰক পৰিস্থিতি!

কামাণ্ড শিবিৰত আৰ পি জি আক্ৰমণ, কেবাজনো আহতৰ আশংকা

IMG 20260322 122919

Tinsukia:✒️তিনিচুকীয়া জিলা জাগুন ১০ মাইলস্থিত কামাণ্ড শিবিৰত অজ্ঞাত সশস্ত্ৰ গোটৰ দ্বাৰা আক্ৰমণ ৷

আজি পুৱতি নিশা প্ৰায় দুই বজাত ৪-৫ টাকৈ আৰ পি জি য়ে কৰে আক্ৰমণ।

আক্ৰমণত চাৰি গৰাকী কামাণ্ডয়ে আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰাইছে তিনিচুকীয়া জিলাখনতেই ।

Exit mobile version