Pakistani Agent Arrested:চাবুৱাৰ এয়াৰ ফ’ৰ্চ ষ্টেচনত কৰ্মৰত পাক চোৰাংচোৱাক গ্ৰেপ্তাৰ

ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ পাক চোৰাংচোৱাজনক

WhatsApp Image 2026 03 23 at 1.42.43 PM 1

Pakistani Agent Arrested:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এজন ঘৰ বিভীষণক আটক ৷ পাকিস্তানক ভাৰতীয় বায়ু সেনাৰ গোপন তথ্য যোগান দি অহাৰ অভিযোগত গ্ৰেপ্তাৰ চাবুৱাৰ এয়াৰ ফ’ৰ্চ ষ্টেচনত কৰ্মৰত এজন জোৱানক ৷ ধৃত জোৱানজনৰ নাম সুমিত কুমাৰ ৷ বিশেষ খবৰৰ ভিত্তিত পাকিস্তানী এজেন্ট সুমিত কুমাৰক ৰাজস্থানৰ পৰা আটক কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে ধনৰ বিনিময়ত পাকিস্তানী এজেন্ট হিচাপে ২০২৩ চনৰে পৰা পাকিস্তানক দি আহিছিল তথ্য ৷ধৃত সুমিত কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ৷

Exit mobile version