Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন

লক্ষ্মীনাথ বেজবৰুৱা বৰেণ্য অসমীয়া : ড: অঞ্জন কুমাৰ ওজা, সাহিত্যৰথী' স্মাৰক গ্ৰন্থ উন্মোচন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল

publisher by publisher
March 27, 2026
in News
Reading Time: 1 min read
0
Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন
1
SHARES
12
VIEWS
ShareShareShareShare

Asom Sahitya Sabha:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিক পুনৰ প্ৰতিষ্ঠা কৰা বৰেণ্য সকলৰ ভিতৰত অন্যতম একক অসমীয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা । এইগৰাকী বৰেণ্যৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই পালন কৰি আহিছে ‘সাহিত্য দিৱস’। এই দিৱসৰ লগতে সাহিত্যাচাৰ্য তথা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতৰ স্ৰষ্টা মিত্ৰদেৱ মহন্তৰ মৃত্যু তিথিত একেলগে কেন্দ্ৰীয়ভাৱে বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত হাৱাজানত অনুষ্ঠিত হয়। সেই দুগৰাকী পুৰোধা অসমীয়াক স্মৰণ কৰাৰ উদ্দেশ্যে পুৱা ৯ বজাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসটি পালন কৰা হয়।

ADVERTISEMENT

হাৱাজান শাখা সাহিত্য সভাৰ আতিথ্যত আয়োজন কৰা এই দিৱসৰ পুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈয়ে। ৯.৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচীত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী ৰূপায়ণ কৰে আদৰণী সমিতিৰ সভাপতি প্ৰমোদ বৰাই। ১০ বজাত গছপুলি ৰোপণ কৰে শাখা‌ সাহিত্য সভাৰ সভাপতি কুশল শৰ্মাই। দিনৰ ১২ বজাৰ পৰা মুকলি সভাখনি অনুষ্ঠিত হয়। বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক শোভন চন্দ্ৰ শইকীয়াই আঁত ধৰা মুকলি সভাখনি স্থানীয় বিধায়ক উৎপল বৰাই উদ্বোধন কৰে।

RelatedPosts

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Asom Sahitya Sabha: জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম সাহিত্য সভাৰ

Asom Sahitya Sabha Awards:অসম সাহিত্য সভাত বঁটাৰ নামত চূড়ান্ত ভণ্ডামিত অসন্তুষ্টি

বিধায়ক উৎপল বৰাই ভাষণ প্ৰসংগত অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যক যিদৰে জীপাল কৰি ৰাখিছে ঠিক সেইদৰে বৰেণ্য অসমীয়াসকলকো সোঁৱৰণ কৰি নানা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এনে ইতিবাচক কাৰ্যসূচীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব সজীৱ কৰি ৰাখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি প্ৰমোদ বৰাই। তেওঁ ভাষণ প্ৰসংগত হাৱাজানৰ ভৌগোলিক বিবৰণ দিয়াৰ লগতে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, সাহিত্যিক, ক্ৰীড়া আদি বিষয়ত বিস্তৃতভাৱে ব্যাখ্যা কৰে।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাই। তেওঁ ভাষণ প্ৰসংগত লক্ষ্মীনাথ বেজবৰুৱা আৰু মিত্ৰদেৱ মহন্তৰ সৃষ্টিশীল সাহিত্যকৃতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য সৃষ্টিৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যক যিদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি গ’ল, যিদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তত্ত্বমূলক কাব্য, গীত, মাত, নাট, অভিনয়ৰ বৌদ্ধিক বিশ্লেষণৰ মাজেৰে অসমীয়া জনজীৱনত এক মাত্ৰা প্ৰদান কৰিলে, সেয়া বিৰল বুলি উল্লেখ কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত আৰু কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চিন্তাশীল বক্তব্য ৰাখে। মুকলি সভাতেই বিপুল কুমাৰ দিহিঙীয়াৰ সম্পাদনাত প্ৰকাশিত ‘সাহিত্যৰথী’ স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। তেওঁ ভাষণ প্ৰসংগত বৃহৎ কলেৱৰৰ এই গ্ৰন্থখনিয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৃতি সম্পৰ্কে বিস্তৃতভাৱে তথ্যৰ যোগান ধৰিব বুলি উল্লেখ কৰি স্মাৰক গ্ৰন্থৰ সভাপতি সৌমিত্ৰ বৰুৱা, সম্পাদক বিপুল কুমাৰ দিহিঙীয়াৰ শলাগ লয়।

উল্লেখ্য যে অসমীয়া ভাষা-সাহিত্যক মহীয়ান কৰি থৈ যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱসটিৰ লগতে সভাৰ অন্য এগৰাকী প্রাক্তন সভাপতি সাহিত্যাচার্য মিত্রদেৱ মহন্তৰ স্মৃতি দিৱসটিত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হয়। এই মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অসম সাহিত্য সভাৰ লুম্মেৰ দাই গৱেষণা কেন্দ্ৰ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি অপূৰ্ৱ ফুকন, নাট্য উপ-সমিতিৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা, চৰ-চাপৰি ভাষা-বিজ্ঞান উপ-সমিতিৰ আহ্বায়ক ছাইফুদ্দিন আহমেদ, পৰিৱেশ বিজ্ঞান উপ-সমিতিৰ উপ-সভাপতি তৰুণ বৰুৱা, জনগোষ্ঠীয় সমন্বয় উপ-সমিতিৰ সহ আহ্বায়ক দীপক হাজৰিকা, তথ্য আৰু প্ৰচাৰ উপ-সমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতীয়া, সহ আহ্বায়ক ৰামচন্দ্ৰ কটকী, লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকা, শিমলুগুৰি শাখা সাহিত্য সভাৰ সভাপতি বিতোপন গগৈ, গৌতম বৰাৰ লগতে অসম সাহিত্য সভাৰ কেইবাগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাত বিভিন্ন জিলা সমিতিৰ প্ৰতিনিধি বৰ্গ, বিশ্বনাথ জিলা সাহিত্য সভাৰ লগতে লখিমপুৰ জিলা সাহিত্য সভাৰ ভালেসংখ্যক শাখাৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰে I

সভাখনিৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটি পৰিৱেশন কৰাৰ লগতে হাৱাজান লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলে দিহানাম, বিয়ানামকে ধৰি পল্লৱী শইকীয়া, কুঞ্জবালা বৰাৰ লগতে কেইবাটিও দলীয় নৃত্য পৰিৱেশনেৰে জীপাল কৰা মুকলি সভাখনিতে বিশ্বনাথ জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাই অতি কম দিনৰ ভিতৰত ৰূপায়ণ কৰা আতিথ্য আগবঢ়োৱা হাৱাজান শাখা সাহিত্য সভাক এটি স্মাৰকেৰে কৃতজ্ঞা জ্ঞাপন কৰে।

এই সভাতেই স্মাৰক গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগ আগবঢ়োৱা ডাঃ বনমালী ভূঞা আৰু ৰুণু দেৱী বৰুৱাৰ পৰিয়ালবৰ্গক আনুষ্ঠানিকভাৱে এখনি কৃতজ্ঞতা পত্ৰ, এটি স্মাৰকৰ লগতে চেলেঙেৰে আদৰণি জনোৱা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে আদৰণি সমিতিৰ সম্পাদক ৰিতু কুমাৰ দাসেও কেন্দ্ৰীয় সমিতিৰ লগতে স্থানীয় বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা সাহিত্য সভা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, হাৱাজানবাসীক আনুষ্ঠানিকভাৱে শলাগ জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Sahitya SabhaBiswanath Dist. Sahitya Sabhasahitya divas Celebration
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d