Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ স্থানান্তৰিত ৪৩ শতাংশ গছেই মৃত্যুমুখত পৰিল

publisher by publisher
April 6, 2026
in India, News
Reading Time: 1 min read
0
চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ স্থানান্তৰিত ৪৩ শতাংশ গছেই মৃত্যুমুখত পৰিল
3
SHARES
25
VIEWS
ShareShareShareShare

স্বয়ং সংসদৰ মজিয়াতে ফাদিল হ’ল মোদী চৰকাৰৰ এক ‘ধ্বংসলীলা’ৰ তথ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীসহ বিজেপিয়ে অহংকাৰ কৰা দিল্লীৰ চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ স্থানান্তৰিত ৪৩ শতাংশ গছেই অকাল মৃত্যুক সাবটি ল’ব লগা হ’ল।

ADVERTISEMENT

উল্লেখ্য যে সংসদ ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসভবন, কেন্দ্রীয় সচিবালয় আৰু প্রধানমন্ত্রীৰ নতুন কাৰ্যালয়ক সামৰি ৰূপায়িত এই বিয়াগোম প্রকল্পথলীৰ গছসমূহ আন স্থানলৈ স্থানান্তৰৰ প্ৰতিশ্ৰুতি মোদী চৰকাৰে দিছিল। সেই অনুসৰি প্ৰকল্পস্থলীৰ তিনি সহস্রাধিক গছ গুৰিৰে স’তে তুলি আন স্থানত ৰোপণৰ ব্যৱস্থা কৰে চৰকাৰে। কিন্তু সু-তদাৰকীৰ অভাৱত এই গছসমূহৰ এক বুজন সংখ্যক অর্থাৎ ৪৩ শতাংশই অকালতে মৃত্যুমুখত পৰে। স্বয়ং কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্রকাশ কৰিছে।

RelatedPosts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

অলপতে সংসদত কেন্দ্রীয় গৃহনির্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্রী তোষণ চাহুৱে জনায় যে চেন্ট্রেল ভিষ্টা প্রকল্পস্থলীৰ পৰা ৩,৬৯০ জোপা গছ আন স্থানত পুনৰ ৰোপণৰ বাবে নিয়া হয়। ইয়াৰে ১,৫৪৫ গছে অকাল মৃত্যুক সাবটি ল’ব লগা হয়। এই সম্পর্কত মন্ত্রী চাহুৱে সদৰী কৰা অনুসৰি প্ৰকল্পস্থলীৰ পৰা গুৰিৰে স’তে তুলি নিয়া এই গছসমূহৰ ১,৭৩৪ জোপা বর্তমানে থকা কেন্দ্রীয় সচিবালয়ৰ স্থানত আছিল। আন ৪০২ জোপা নতুন সংসদ ভৱনৰ অট্টালিকাৰ স্থানত আছিল।

৩৯০ জোপা গছ আছিল উপ-ৰাষ্ট্ৰপতিৰ বাসভৱনৰ আস্থানত। আনহাতে ১৪৩ জোপা আছিল প্রধানমন্ত্রীৰ নতুন কার্যালয় আৰু বাসভৱনৰ স্থানত। লক্ষ্যণীয় যে বিগত দীপাৱলীৰ পৰা দিল্লীত পৰিৱেশ প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে। বায়ু নিৰ্মল কৰি ৰখাত গছে প্রধান ভূমিকা লয় যদিও মোদী চৰকাৰৰ হঠকাৰী কাৰ্যই সহস্রাধিক পূর্ণবয়স্ক গছক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক বহুতে সহজভাৱে ল’ব পৰা নাই।

যি সময়ত জলবায়ু পৰিৱৰ্তনেও ভয়াৱহ ৰূপ লৈছে সেই সময়ত পৰিৱেশক লৈ কেনেদৰে এখন চৰকাৰ নিৰ্বিকাৰ হৈ থাকিব পাৰে তাক লৈ বহুতে আশ্চর্য প্রকাশ কৰিছে। অৱশ্যে কেন্দ্রীয় মন্ত্রী চাহুৱে সংসদত জনায় যে চেন্ট্রেল ভিষ্টা প্রকল্প নিৰ্মাণৰ ফলত হোৱা গছ-গছনিৰ ক্ষতিপূৰণৰ উদ্দেশ্যে চৰকাৰে দিল্লীৰ বদৰপুৰ অঞ্চলস্থিত এনটিপিচি ইক’পার্কত ২৪,৪৫০ জোপা গছ ৰোপণ কৰে। তদুপৰি ঘিটর্নি অঞ্চলতো চৰকাৰে ১,৭৩০ জোপা ৰোপণৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ বহু গছ অসম চৰকাৰে উৰণীয়া সেতু নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা বুলি দাবী কৰি আহিছে।

যিহেতু চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ ক্ষেত্ৰতে সহস্রাধিক সংৰোপিত গছৰ অকাল মৃত্যু হ’ল। দীঘলীপুখুৰী পাৰৰ স্থানান্তৰিত গছসমূহৰ অৱস্থা কেনে সেয়া সহজে অনুমেয় হৈছে। কেন্দ্রীয় মন্ত্রী চাহুৱে লগতে সদৰী কৰা অনুসৰি চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ গছসমূহ সংৰোপণৰ বাবে ২০২৩-২৪ আৰু ২০২৫-২৬ত কেন্দ্রই ৫.২ কোটি টকা ব্যয় কৰে। উল্লেখ্য যে ব্ৰিটিছ যুগৰ সংসদ ভৱনৰ পৰিৱৰ্তে নতুন সংসদ ভৱনযুক্ত চেন্ট্রেল ভিষ্টা প্রকল্প নিৰ্মাণৰ কাম মোদী চৰকাৰে ২০১৯ত আৰম্ভ কৰে।

এই বিয়াগোম প্রকল্প ৰূপায়ণে দিল্লীৰ পৰিৱেশ ধ্বংস কৰাৰ আশংকা কৰিও বহুতে অসন্তুষ্টি প্রকাশ কৰিছিল। সচৰাচৰৰ দৰে এইসকলৰ অসন্তুষ্টিক সমূলি গুৰুত্ব নিদি মোদী চৰকাৰে অহমিকা প্ৰকাশৰে গছ-বন ধ্বংস কৰি এই বিয়াগোম প্রকল্প ৰূপায়ণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d