Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চত্তীশগড়ৰ এটা শক্তিকেন্দ্রৰ বইলাৰ বিস্ফোৰণত নিহত ১০জন কৰ্মচাৰী

ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন কেবাজনো লোক

publisher by publisher
April 15, 2026
in News, India
Reading Time: 1 min read
0
চত্তীশগড়ৰ এটা শক্তিকেন্দ্রৰ বইলাৰ বিস্ফোৰণত নিহত ১০জন কৰ্মচাৰী
2
SHARES
20
VIEWS
ShareShareShareShare

Chhattisgarh::✒️চত্তীশগড়ৰ এটা শক্তিকেন্দ্রত অঘটন৷ মঙলবাৰে বিয়লি ছত্তীশগড়ৰ শক্তি জিলাৰ বেদান্ত গ্রুপৰ বিদ্যুৎ কেন্দ্ৰত বয়লাৰ বিস্ফোৰণ সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৪ শ্ৰমিকৰ। আন আহত ১৮ জনক ৰায়গড়ৰ জিন্দাল ফৰ্টিছ হাস্পতাললৈ লৈ যোৱা হয়, য’ত ৮ জন শ্ৰমিকৰ মৃত্যু হয়। বাকী ১০ জনৰ অৱস্থা সংকটজনক। শ্ৰমিক সকলৰ অধিকাংশই অগ্নিদগ্ধ ৷

ADVERTISEMENT

এই ঘটনা সংঘটিত হৈছে ডভৰা আৰক্ষী থানা এলেকাত। এই দুৰ্ঘটনাত ৩০ৰ পৰা ৪০জন শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। তিনিজন আহতক ৰায়গড়ৰ মেট্ৰ’ হাস্পতালত চিকিৎসাধীন হৈ আছে। দুই শ্ৰমিকক এপেক্স হাস্পতালত ভৰ্তি কৰা হৈছে। গুৰুতৰভাৱে আহত ৬ জনক বিলাসপুৰলৈ প্ৰেৰণ কৰা হৈছে।

RelatedPosts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

দুৰ্ঘটনাৰ পিছতে শ্ৰমিকসকলৰ পৰিয়ালৰ লোকে উদ্যোগটোৰ বাহিৰত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাৰ বাবে কৰ্তৃপক্ষক দায়ী ক্ষতিপূৰণৰ দাবী জনায়। কিছু শ্ৰমিক সন্ধানহীন। পৰিয়ালৰ লোকে কয় যে বেদান্ত গ্ৰুপৰ কৰ্তৃপক্ষই কোনো তথ্য প্ৰদান কৰা নাই। আনহাতে ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিছে জিলা আয়ুক্ত অমৃত বিকাশ টপনোৱে।

ইপিনে শোকাৱহ ঘটনাৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। পিএমএনআৰএফে মৃতকৰ পৰিয়ালক ২ লাখআৰু আহতক ৫০ হাজাৰ প্ৰদান কৰিব। মুখ্যমন্ত্রী বিষ্ণুদেৱ ছাইয়ে এই ঘটনাক লৈ শোক প্রকাশ কৰি দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰে৷ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ৫ লাখ আৰু আহতক ৫০ হাজাৰ দিয়াৰ কথাও ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d