ইখনৰ পাছত সিখন বাতিল হৈছে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান

IMG 20260418 165812

ইখনৰ পাছত সিখন বাতিল হৈছে গায়িকা মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। ইয়াৰ পূৰ্বে গোলাঘাটতো তেওঁৰ সংগীতানুষ্ঠানৰ চুক্তি বাতিল কৰা হৈছিল।

গোলাঘাট , কাজিৰঙাৰ কঁহৰা বসন্ত উৎসৱৰ পাছত এইবাৰ পাঞ্জাবাৰীতো বাতিল কৰা হৈছে ।

Exit mobile version