ADVERTISEMENT

Tag: America

ক’ভিশিল্ডৰ দুটা টিকা ল’লে নৱেম্বৰৰ পৰা আমেৰিকা যাব পাৰিব ভাৰতীয়সকলে

দুটা টিকা লোৱা থাকিলে অহা নৱেম্বৰৰ পৰা বিমান যাত্রীসকলক প্ৰৱেশ কৰিব দিব আমেৰিকাই । ৩৩খন দেশক ইতিমধ্যে অনুমোদন দিছে তেওঁলোকে ...

Read moreDetails

কাবুলত ড্ৰ’ন আক্ৰমণত মৃত্যু ১০ আফগানিৰ, দোষ স্বীকাৰ পণ্টাগনৰ

আমেৰিকাৰ ড্র'ন আক্ৰমণৰ পাছত স্থানীয় সংবাদমাধ্যমে দাবী কৰিছিল, সেই আক্ৰমণত এটা পৰিয়ালৰে সাত শিশুসহ মুঠ ১০ জন সদস্যৰ মৃত্যু হৈছিল ...

Read moreDetails

আমেৰিকাত নষ্ট হ’ল ডেৰ কোটি পালি প্রতিষেধক

যােৱা মাৰ্চৰ পৰা বৰ্তমানলৈকে আমেৰিকাত ডেৰ কোটিৰাে অধিক পালি ক’ভিড প্রতিষেধক নষ্ট হ'ল। মার্কিন দৰৱ প্রতিষ্ঠান আৰু ৰাজ্যিক প্রশাসনে এই ...

Read moreDetails

কৰ’না সংক্ৰমণৰ মাজতে বয়ষ্ক মাজত দ্ৰুত বৃদ্ধি মধুমেহ : ৪০ নহয় ,৩৫বছৰ বয়সতে নিয়মীয়াভাৱে ৰক্ত শৰ্কৰা পৰীক্ষণ পৰামৰ্শ চিকিৎসক

কৰ'না মহামাৰীৰ ব্যাপক সংক্ৰমণৰ মাজতে আমেৰিকাত বয়ােজ্যেষ্ঠ নাগৰিকৰ মাজত ডায়বেটিছ অর্থাৎ মধুমেহ ৰােগৰ প্রকোপ যথেষ্ট বৃদ্ধি পালে। আমেৰিকাত মধুমেহ আক্ৰান্তৰ ...

Read moreDetails

 বিমানকোঠ এৰাৰ পূর্বে ৭৩ বিশেষ হেলিকপ্টাৰ বিকল কৰি থৈ গ’ল

আমেৰিকাৰ সেনাই ২০ বছৰৰ পাছত আফগানিস্তান ত্যাগ কৰাৰ লগে লগে সামৰিক অস্ত্র-শস্ত্ৰৰ দিশত অধিক শক্তিশালী হৈ পৰিল তালিবান। সোমাবাৰে নিশা ...

Read moreDetails

আমেৰিকাৰ পহৰাত কেনেকৈ ইমান অস্ত্ৰ-শস্ত্ৰ গোটালে জেহাদীয়ে ?

আফগানিস্তানক লৈ বিগত কে'বামাহ ধৰি যি এক শংকা প্ৰকট হৈছিল, সেয়া অৱশেষত যোৱা দেওবাৰে সত্য প্ৰমাণিত হ'ল । ইছলামিক জেহাদী ...

Read moreDetails

বব ডিলানৰ বিৰুদ্ধে অতীতত নৱালিকাক যৌন নিৰ্যাতন অভিযোগ, গোচৰ ৰুজু আদালতত

বিতৰ্কত বব ডিলান। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মহিলাই আমেৰিকান গায়িকাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে ...

Read moreDetails

আমেৰিকা-ব্ৰিটেইনত শিশুৰ মাজত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

আমেৰিকা আৰু ব্রিটেইনত ক’ভিডৰ প্রথম দুটা সংক্ৰমণৰ তুলনাত শেহতীয়া সংক্ৰমণত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে। আমেৰিকাৰ আলবামা, আৰকানছাছ, লুইজিয়ানা আৰু ...

Read moreDetails

আগষ্টত পুনৰ ক’ভিডৰ সংক্ৰমণৰ নতুন অভিলেখ আমেৰিকাত

আমেৰিকাত চলিত আগষ্টত ক’ভিডৰ সংক্রমণে পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। প্রতিদিনে এক লাখৰাে অধিক লােক দেশখনত ক’ভিডত সংক্রমিত হৈছে। যােৱা ...

Read moreDetails

বাতিল হ’ব পাৰে এক লাখ গ্রীণ কার্ড, আমেৰিকাত বিপদত ভাৰতীয়

আমেৰিকাত বাতিল কৰা হ'ব পাৰে প্রায় এক লাখ চাকৰিভিত্তিক গ্রীণ কার্ড। আগন্তুক দুমাহৰ ভিতৰত এইসমূহ গ্রীণ কার্ড স্থায়ীভাৱে বাতিল হ'ব ...

Read moreDetails
Page 7 of 14 1 6 7 8 14