Bihar : পৰীক্ষাৰ মাজতেই গ’ল বিদ্যুৎ, মোবাইলৰ টর্চ জ্বলাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে !
পৰীক্ষাৰ মাজতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত পৰীক্ষার্থীসকলক মোবাইলৰ টর্চ জ্বলাই উত্তৰ লিখাৰ নির্দেশ দিলে বিহাৰৰ মুংগেৰেৰ এখন প্ৰসিদ্ধ মহাবিদ্যালয়ে । ...
Read moreDetails