Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Agnipath protests : ‘অগ্নিপথ’ বিক্ষোভত জ্বলিছে বিহাৰ, বাতিল ২২ খন ৰেল, ৰুট সলনি ছখনৰ

publisher by publisher
June 16, 2022
in India, News
Reading Time: 1 min read
0
Agnipath protests : ‘অগ্নিপথ’ বিক্ষোভত জ্বলিছে বিহাৰ, বাতিল ২২ খন ৰেল, ৰুট সলনি ছখনৰ
2
SHARES
20
VIEWS
ShareShareShareShare

‘অগ্নিপথ’ প্রকল্পত চুক্তিভিত্তিক সেনা নিয়োগৰ প্রতিবাদত অগ্নিগর্ভ বিহাৰ । বিক্ষোভ অব্যাহত আছে বিহাৰৰ বিভিন্ন প্রান্তত । ছপৰাত এখন ৰেলত আগুন লগাই দিয়ে বিক্ষোভকাৰীসকলে । এখন বাছতো জুই লগাই দিয়ে বুলি অভিযোগ উঠিছে । এনে পৰিস্থিতিত ২২খন ট্রেইন বাতিল কৰা হৈছে । আনহাতে, ছখন ৰেলৰ গতিপথ সলনি কৰা হৈছে ।

ADVERTISEMENT

বাতিল কৰা হৈছে ১৩২৫০ ভভুৱা ৰোড-পটনা এক্সপেছ, ১২৫৬৭ ছহৰছা-পটনা এক্সপ্রেছ, ১২৫৬৮ পটনা-ছহৰছা এক্সপ্রেছ, ১৫২৮৩ মণিহাৰী-জয়নগৰ এক্সপ্রেছ, ০৩২০৩ পটনা-ডিডিইউ মেমু পেছেঞ্জাৰ স্পেচিয়েল, ০৩২২৭ দানাপুৰ-ৰঘুনাথপুৰ মেমু পেছেঞ্জাৰ স্পেচিয়েল, ০৩২৭৮ ৰঘুনাথপুৰ-পটনা মেমু পেছেঞ্জাৰ স্পেচিয়েল, ০৫২৪৩ ছহৰছা-সমস্তিপুৰ পেছেঞ্জাৰ স্পেচিয়েল, ০৫২৭৫ ছহৰছা-সমস্তিপুল পেছেঞ্জাৰ স্পেচিয়েল, ০৫২২১ ছহৰছা-সমস্তিপুৰ পেছেঞ্জাৰ স্পেচিয়েল, ০৫২৭৮ সমস্তিপুৰ-ছহৰছা পেছেঞ্জাৰ স্পেচিয়েল, ০৫৫১১ সমস্তিপুৰ-সোনপুৰ পেছেঞ্জাৰ স্পেচিয়েল, ০৫২৫৭ মুজফ‌্ফৰপুৰ নৰকটিয়াগঞ্জ পেছেঞ্জাৰ স্পেচিয়েল, ০৩৩৭৩ পটনা-গয়া পেছেঞ্জাৰ স্পেচিয়েল, ০৩৩৪০ গয়া-পটনা পেছেঞ্জাৰ স্পেচিয়েল, ০৩৩৬৫ পটনা-গয়া পেছেঞ্জাৰ স্পেচিয়েল, ০৩৩৩৮ গয়া-পটনা পেছেঞ্জাৰ স্পেচিয়েল, ০৫৫৪৮ ছহৰছা-লহেৰিয়াসৰাত পেছেঞ্জাৰ স্পেচিয়েল, ০৫৫৪৭ লহেৰিয়াসৰাত-ছহৰছা পেছেঞ্জাৰ স্পেচিয়েল, ০৫২৮৭ মুজফ‌্ফৰপুৰ-ৰক্সৌল পেছেঞ্জাৰ স্পেচিয়েল, ০৫৫৩৪ জয়নগৰ-দ্বাৰভাঙা পেছেঞ্জাৰ স্পেচিয়েল আৰু ০৫৫৩৩ দ্বাৰভাঙা-জয়নগৰ পেছেঞ্জাৰ স্পেচিয়েল । ইয়াৰ উপৰি দানাপুৰ ডিভিছনত আৰু ছয়খন ট্রেইনৰ পথ সলনি কৰা হৈছে ।

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

অগ্নিপথ প্রকল্পৰ বিৰোধিতাত বৃহস্পতিবাৰ বক্সাৰ, নৱাদা, ছপৰা, বেগুসৰাই, আৰা, মুংগেৰ, জেহানাবাদৰ দৰে অঞ্চলত বিক্ষোভ আৰম্ভ হৈছে । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে শ্লোগান দিয়া হয় । ৰেলৰ লগতে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰা হয় । টায়াৰ জ্বলোৱা, শিল দলিওৱা, গাড়ী আৰু ট্রেইন ভঙাৰ দৰে ঘটনাও ঘটিছে । নীতীশ কুমাৰ চৰকাৰৰ আৰক্ষীয়ে বাধা দিয়াত সংঘর্ষ আৰম্ভ হয় বলি খবৰ । লাঠি আৰু কন্দোৱা গেছত বহু কেইজন বিক্ষোভকাৰী আহত হৈছে আৰা আৰু জেহানাবাদত ।

উল্লেখ্য, যোলা মঙলবাৰে অগ্নিপথ প্রকল্পল ঘোষণা কৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । এই প্রকল্পত চাৰে ১৭-২১ বছৰৰ যুৱক-যুৱতীসকলে চাৰি বছৰৰ বাবে মাহিলী ৩০-৪৫ হেজাৰ টকাৰ চুক্তিৰ ভিত্তিত সশস্ত্র বাহিনীৰ তিনি শাখাত (স্থল, নৌ আৰু বায়ুসেনা) যোগ দিব পাৰিব । তেওঁলোকক কোৱা হ’ব ‘অগ্নিবীৰ’ ।

সেনাত শূন্যপদ আৰু যোগ্যতাৰ ভিত্তিত চতুর্থ বছৰৰ শেষত সেই বেচৰ সর্বাধিক ২৫ শতাংশ অগ্নিবীলক সেনাত অন্তর্ভুক্ত কৰা হ’ব । বাকীসকলক ১১-১২ লাখ টকা দিয়া হ’ব অৱসৰত । পেনছনৰ ব্যৱস্থা নাথাকিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgnipathAgnipath SchemeBiharIndian ArmyProtest
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d