ADVERTISEMENT

Tag: China

হানিকাৰক গীতৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিব চীনে

এইবাৰ কিছুমান নিৰ্বাচিত গীত নিষিদ্ধকৰণৰ সিদ্ধান্ত ল'লে চীনে । ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ, ধৰ্মীয় নীতিক উলংঘন কৰা, মাদক দ্ৰব্যৰ ...

Read moreDetails

ধর্ষণৰ অভিযােগত চীনত গ্রেপ্তাৰ দীপিকাৰ সহ-অভিনেতা ক্রিছ উ

বলিউডৰ অভিনেত্রী দীপিকা পাডুকনৰ সহ-অভিনেতা কিছু উক ধর্ষণৰ অভিযােগ গ্রেপ্তাৰ কৰিলে চীনৰ আৰক্ষীয়ে। ক্রিছে দীপিকাৰ স’তে হলিউডৰ ছবি ‘ত্রিপল এক্স ...

Read moreDetails

বােমা বিস্ফোৰণৰ পাছত পাকিস্তানৰে বন্ধুত্বত ফাট : চীনে কৰিব তদন্ত

পাকিস্তানৰ খাইবাৰ পখটুনখােৱাত এক বােমা বিস্ফোৰণৰ ঘটনাত চীনৰ নজন অভিযন্তাৰ মৃত্যু হােৱাৰ পাছত তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে বেইজিঙে। পাকিস্তানৰ প্রতি ...

Read moreDetails

চীনৰ প্রতি কিয় বিশ্বজুৰি বৃদ্ধি পাইছে ঘৃণাভাব ?

চীনৰ কমিউনিষ্ট পার্টিয়ে দেশখনত দীর্ঘকাল ধৰি চলােৱা শাসনত ব্যক্তিগত স্বাধীনতাক দমন কৰি আহিছে । মানৱাধিকাৰ হননৰ এনেবােৰ কর্মকাণ্ডৰ ফলত বিশ্বৰ ...

Read moreDetails

ভাৰতৰ বিৰুদ্ধে এইবাৰ তিব্বতী তৰুণ সেনা বাহিনী সাজু কৰিছে চীনে

লাডাখৰ সীমান্তত ভাৰত-চীনৰ ৰক্তাক্ত সংঘৰ্ষৰ এবছৰৰ পাছতাে পৰিস্থিতি সংকটমুক্ত হােৱা নাই। হট স্প্রীংছ, গােগৰা পােষ্ট আৰু ডেপছাত এতিয়াও চীনা বাহিনীয়ে ...

Read moreDetails

ভাৰত, চীন, ব্রাজিল আৰু আমেৰিকাত ক’ভিড কালত বৃদ্ধি পালে ধনী আৰু অতিধনীৰ আয়

ক’ভিড অতিমাৰীৰ দ্বিতীয়টো সংক্রমণে ভাৰতীয় অর্থনীতিত মাধমাৰ শােধালে। অতিমাৰীৰ মাজতে সমগ্র বিশ্বত একাংশ ধনাঢ্য ব্যাপক সম্পত্তি বৃদ্ধিৰ ধাৰা অব্যাহত থকাৰ ...

Read moreDetails

কৰ’নাৰ বাবে চীনক পুনৰ জগৰীয়া কৰি ক্ষতিপূৰণ দাবী প্রাক্তন ৰাষ্ট্রপতি ট্রাম্প

বিশ্বজুৰি কৰ'নাৰ ব্যাপক সংক্রমণৰ বাবে আকৌ এবাৰ চীনক জগৰীয়া কৰিলে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে। উল্লেখ্য যে নিজৰ শাসনকালতাে ট্রাম্পে ...

Read moreDetails

মালয়েছিয়াৰ আকাশত ১৬ খন চীনা যুঁজাৰু বিমানৰ প্ৰৱেশক লৈ ব্যাপক প্রতিক্রিয়া

দক্ষিণ চীন সাগৰত পুনৰ আগ্রাসী ৰূপ ধাৰণ কৰিলে চীনে। এইবাৰ মালয়েছিয়াৰ আকাশ সীমাত অনুপ্রৱেশ কৰিলে চীনৰ ১৬খন যুঁজাৰু বিমানে। এই ...

Read moreDetails
Page 17 of 23 1 16 17 18 23