Covid New Variant : ক’ভিডৰ নতুন ৰূপৰ সন্ধান ইজৰায়েলত, সংক্রমণ বৃদ্ধিক লৈ উদ্বেগ চিকিৎসক মহলত
কৰ'নাৰ অ'মিক্রন ৰূপৰ লেখচিত্র কিছু নিম্নগামী হৈছিলহে মাত্ৰ সমগ্ৰ বিশ্বত, তেনে সময়তে পুনৰ কৰ'নাৰ নতুন ৰূপৰ সন্ধান পোৱা গ'ল ইজৰায়েলত ...
Read moreDetailsকৰ'নাৰ অ'মিক্রন ৰূপৰ লেখচিত্র কিছু নিম্নগামী হৈছিলহে মাত্ৰ সমগ্ৰ বিশ্বত, তেনে সময়তে পুনৰ কৰ'নাৰ নতুন ৰূপৰ সন্ধান পোৱা গ'ল ইজৰায়েলত ...
Read moreDetailsএসপ্তাহত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে আঠ শতাংশতকৈও অধিক !যোৱা সাত ৰ পৰা ১৩ মাৰ্চলৈ কৰ'না-পৰিসংখ্যা বিশ্লেষণৰ পাছত এই কথা জনালে ...
Read moreDetailsমঙলবাৰৰ তুলনাত দেশত সামান্য বৃদ্ধি পালে কৰ'না আক্রান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ভাৰতত দুহেজাৰ ৮৭৬ জন কৰ'নাত আক্রান্ত হৈছে ...
Read moreDetailsদেশত বিগত ২৪ ঘণ্টাত ক'ভিডত নতুনকৈ আক্রান্তৰ সংখ্যা চাৰি হেজাৰ ১৯৪ । বৃহস্পতিবাৰে এই সংখ্যা আছিল চাৰি হেজাৰ ১৮৪ । ...
Read moreDetailsক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ বিশ্বজুৰি অব্যাহত আছে যদিও ই এতিয়ালৈকে তেনে বিশেষ মাৰাত্মক ৰূপ ধাৰণ কৰা নাই। ক’ভিডৰ প্রতিষেধক ...
Read moreDetailsঅ'মিক্রনেই শেষ নহয় । ইয়াৰ পাছতো কৰ'নাৰ নানা ৰূপ আহিব পাৰে । ইতিমধ্যে দাবী কৰিছে বৈজ্ঞানিকসকলে । কেনেধৰণৰ হ'ব পাৰে ...
Read moreDetailsক'ভিড সংক্রমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা দিল্লীৰ নৈশিক সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ'ব । দিল্লী দুৰ্যোগ প্ৰশমন বিভাগে ...
Read moreDetailsবিধিনিষেধ প্ৰত্যাহাৰ কৰি স্বাভাৱিক পৰিস্থিতিত ঘূৰি আহিছে দেশ । অধিকাংশ ৰাজ্যত বিদ্যালয়-মহাবিদ্যালয়ো খুলিছে । বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রণালয়ে (Ministry ...
Read moreDetailsবেছিভাগ দেশতে বৰ্তমান ক'ভিডৰ নিষেধাজ্ঞা সমূহ হ্ৰাস কৰা হৈছে । ইউৰোপৰ বহুতো ঠাইত কৰ'না নিষেধাজ্ঞাসমূহ সম্পূৰ্ণৰূপে উঠাই যোৱাৰ পথত । ...
Read moreDetailsকৰ'না ভাইৰাছৰ এক নতুন প্ৰজাতিয়ে বিশ্বজুৰি পুনৰ স্বাস্থ্য বিশেষজ্ঞৰ উদ্বেগ বৃদ্ধি কৰিছে । এই নতুন প্ৰজাতিৰ নাম হৈছে ডেল্টাক্ৰন । ...
Read moreDetails© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.