Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

WHO : যিমান বেছি গাফিলতি, সিমানেই বৃদ্ধি পাব অতিমাৰী, সতৰ্ক কৰি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

publisher by publisher
February 19, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
WHO : যিমান বেছি গাফিলতি, সিমানেই বৃদ্ধি পাব অতিমাৰী, সতৰ্ক কৰি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই
1
SHARES
10
VIEWS
ShareShareShareShare

বেছিভাগ দেশতে বৰ্তমান ক’ভিডৰ নিষেধাজ্ঞা সমূহ হ্ৰাস কৰা হৈছে । ইউৰোপৰ বহুতো ঠাইত কৰ’না নিষেধাজ্ঞাসমূহ সম্পূৰ্ণৰূপে উঠাই যোৱাৰ পথত ।

ADVERTISEMENT

বৰ্তমান সক্ৰিয় হৈ থকা কৰ’নাৰ অ’মিক্ৰন প্ৰকাৰটো ইমান ক্ষতিকাৰক নহয় বুলি জানি অৰ্থনীতিৰ চকা দ্ৰুত কৰিবলৈ দেশক স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰাই নিবলৈ বিচাৰে ৰাষ্ট্ৰনেতাই।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

যদিও ইয়াত সুখী নহয় বিশ্ব স্বাস্থ্য সংস্থা (হু) । তেওঁলোকৰ মতে, এই সিদ্ধান্ত খৰখেদাকৈ লোৱা হৈছে। অৱহেলা কৰিলে অতিমাৰী আৰু দীঘলীয়া সময় ধৰি চলিব।

হু-ৰ স্বাস্থ্য বিষয়া মাইক ৰিয়ানে কয়, “আমি বুজি পাইছো যে সকলোৱে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে, সকলো বোৰ মুকলি কৰিব বিচাৰে। কিন্তু যদি এই স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ আকাংক্ষাই অতিমাৰী আৰু দীর্ঘায়িত কৰে। সেই বিষয়তো কিন্তু আমি ভৱা উচিত। “

তেওঁ আৰু কয় , “কিছুমান ক্ষেত্ৰত, মই ভাবো ৰাজনৈতিক চাপ আছে। কিন্তু ই পৰিস্থিতিটো বেয়া কৰি তুলিব পাৰে। মই নিশ্চিত নহয় কি হ’ব। মই আনকি কোনো অনুমানো কৰা নাই। ইয়াৰ বিপৰীতে, মই এনেদৰে সকলো প্ৰতিবন্ধকতা শিথিল কৰাৰ বিষয়ে অলপ চিন্তিত। ”

বিশেষজ্ঞসকলো চিন্তিত যদি পুনৰ এটা নতুন প্ৰকাৰ সৃষ্টি হয়। বিগত বছৰৰ শেষত, চাইপ্ৰাচেৰ বিজ্ঞানীসকলে দাবী কৰিছিল সেই দেশত ডেল্টাক্ৰনৰ ২৫ টা নমুনা পোৱা গৈছিল ।

শুকুৰবাৰে ব্ৰিটেইনে জনাইছে, সেই দেশত ডেল্টাক্ৰনৰ সন্ধান লাভ কৰা হৈছে । এইটো ডেল্টা আৰু অ’মিক্ৰনৰ মিশ্ৰণত এটা হাইব্ৰিড প্ৰকাৰ। এইটো এতিয়াও জনাব পৰা নাই যে এই ভেৰিয়েন্টৰ ক্ষতি কৰাৰ ক্ষমতা কিমান।

অ’মিক্ৰনৰ এক উপ-প্ৰকাৰ বি.এ..২-ৰ বিষয়েও চিন্তিত বিশেষজ্ঞসকল । যদিও অ’মিইক্ৰন সংক্ৰমণ এতিয়া হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে, তেওঁলোক বি.এ.২-ৰ চৰিত্ৰৰ বিষয়ে চিন্তিত। কিন্তু সৰ্বাধিক, যদি পুনৰ এটা ‘উদ্বেগৰ প্ৰকাৰ’ উদ্ভৱ হয়! যিহেতু সকলো নিয়ম উঠাই লোৱা হৈছে, বিশেষজ্ঞসকলে আশংকা কৰিছে যে বিপদটো উপলব্ধি কৰাৰ আগতে ডাঙৰ ক্ষতি হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ মাৰিয়া ভন কেৰ্কভে আজি এখন সংবাদমেলত এই সন্দৰ্ভত কয় , “বহুতো দেশত, আমি ইয়াৰ আগতে নিয়মবোৰ লঘু কৰাৰ পাছত দেখিছোঁ, আমি পুৰণি নিয়মবোৰলৈ ঘূৰি যাব লগা হৈছিল। আকৌ, কিছুমান দেশে সময়ে সময়ে প্ৰতিবন্ধকতা হ্ৰাস কৰিছে। এতিয়া মই শুনিছো যে কিছুমান দেশে সকলো নিয়ম উঠাই ল’ব বিচাৰে। ইয়াৰে ভিতৰত কিছুমান দেশ অন্য দেশৰ তুলনাত ভাল পৰিস্থিতিত আছে। তেওঁলোকৰ হাতত বৃহৎ সংখ্যক ভেকছিন আছে, জনসংখ্যাৰ এক বৃহৎ অংশৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু পৰিস্থিতি বিপদজনক হ’লে মোকাবিলা কৰাৰ ব্যৱস্থা আছে। কিন্তু তেওঁলোকে দেখিছে যে আনসকলেও বিপদজনক যদি তেওঁলোকে এনে কৰে। “

মাৰিয়াই কয় “কিছুমান দেশক ভুলকৈ পৰামৰ্শ দিয়া হৈছে । এই সকলোবোৰ নকৰিব। কাকো বিপদত নেপেলাব। ৰাজ্যৰ নেতাসকলে এটা কথা জানি থওক , এতিয়াও কিছু নিয়ন্ত্ৰণত থকা উচিত । ”

ব্ৰিটেইনে ঘোষণা কৰিছে যে শীঘ্ৰেই সকলো কৰ’না নিয়ম উঠাই লোৱা হ’ব। আনকি কোনেও পৰিধান কৰিব নালাগে মাস্ক।

পৰ্তুগাল, জাপান, ইজৰাইলে নিয়মবোৰ প্ৰত্যাহাৰ কৰিছে। চুইজাৰলেণ্ডেও প্ৰায় সকলো নিষেধাজ্ঞা উঠাই লৈছে। কানাডা আৰু ছিংগাপুৰে কৈছে যে তেওঁলোক সোনকালেই এই পথত আহিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ আদানোম ঘেব্ৰেয়েচাছে কয় যে নতুন প্ৰকাৰ সৃষ্টিৰ বাবে আদৰ্শ পৰিস্থিতি সৃষ্টি কৰা হৈছে। দেশবোৰে নিয়মবোৰ শিথিল কৰি আছে। মানুহে তেওঁলোকৰ সাৱধানতা হ্ৰাস কৰিছে। কিছুমান দেশৰ ভেকছিন নাই। পৰ্যাপ্ত কৰ’না-পৰীক্ষা নাই। তেওঁ কয়, “যিমানে অৱহেলা হ’ব, সিমানেই বৈষম্য অব্যাহত থাকিব, মহামাৰীটো সিমানেই দীঘলীয়া হ’ব। ”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CORONAVIRUSCovid-19Pandamic
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d