ADVERTISEMENT

Tag: Himanta Biswa Sarma

ডিফুত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভাত ১০ সহস্ৰাধিক সমৰ্থকেৰে শক্তি প্ৰদৰ্শন

'সমাগত নিৰ্বাচনত বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্ত্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰ উদ্দিনে সভ্যতা ...

Read moreDetails

মন্ত্ৰী হিমন্ত বিশ্বৰ কথা গুৰুত্ব নিদিলে শিলচৰৰ বিধায়ক দিলীপ পালে

কালি শিলচৰত অৱস্থান কৰি নেডাৰ আহ্বায়কে টিকত নপোৱা বিধায়কসকলৰ লগত আলোচনাত মিলিত হয় । কিন্তু আজি হিমন্তৰ প্ৰস্তাৱ প্ৰত্যাক্ষান কৰি ...

Read moreDetails

মন্দিয়া শিক্ষা খণ্ডত কৰ্তব্য পালনত চৰম গাফিলতি শিক্ষকৰ, বন্ধ হৈ আছে মধ্যাহ্ণ ভোজন

অসমৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৈছিল শাক-পাচলিত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰি ...

Read moreDetails

মানাহত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ দুদিনীয়া কৰ্মবিৰতি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱানসকলে ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত এইবাৰ ভোটদানৰ পৰা বিৰত থাকিব । ইতিমধ্যে ...

Read moreDetails

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বতীকালিন সমিতি গঠনৰ পাছত অসন্তষ্টি প্ৰকাশ প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী মঞ্চৰ

কোচৰাজবংশী জাতি জনগোষ্ঠীৰ উন্নয়ণৰ বাবে অসম চৰকাৰে গঠন কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বতীকালিন সমিতি গঠন কৰাৰ পাছত অসন্তষ্টি প্ৰকাশ ...

Read moreDetails

কাৰ্বি পাহাৰত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ

কাৰ্বি পাহাৰৰ ডেনগাঁৱৰ নোৰাক আক্লামত অনুস্থিত সভাত গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত কয় যে, কংগ্ৰেছৰ আমোলত হত্যা হিংসা আৰু ৰক্তৰে ...

Read moreDetails

অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

● আজি কে'বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ● পুৰণিগুদামস্থিত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ ...

Read moreDetails

এশখন বিচনাযুক্ত চিকিৎসালয়ৰ ভূমিপূজন আৰু বোকাজান খেলপথাৰ প্ৰকল্প উদ্বোধন

চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী লৈ ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ...

Read moreDetails

‘প্ৰতিবিম্ব লাইভ’ নামৰ পৰ্টেলৰ সম্পাদকসহ পাঁচজন গ্ৰেপ্তাৰ

প'ক্স' আইনৰ অধীনত গ্ৰেপ্তাৰ আটাইকেইজন। কন্যাসহ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো বিকৃত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰে । ...

Read moreDetails

GMCH ৰাজ্যিক কৰ্কট চিকিৎসালয়ত মুকলি কৰা হ’ল টম থেৰাপী

●উত্তৰ-পূৰ্বাঞ্চলত পোন-প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ'ল টম থেৰাপীসহ ৰেডিঅ' অংকলজী ব্লক । ●এই ব্লক উদ্বোধন কৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব ...

Read moreDetails
Page 30 of 44 1 29 30 31 44