Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Delhi Pollution:দিল্লীত প্ৰদূষণ প্ৰতিৰোধৰ নতুন ব্যৱস্থা, কেতিয়া হ’ব কাৰ্যকৰী ?

publisher by publisher
March 1, 2025
in India, News
Reading Time: 2 mins read
0
Delhi Pollution:দিল্লীত প্ৰদূষণ প্ৰতিৰোধৰ নতুন ব্যৱস্থা, কেতিয়া হ’ব কাৰ্যকৰী ?
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Delhi schools directed to identify illegal Bangladeshi migrant students:অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী আতিশীৰ

Delhi Govt :দিল্লীত এইবাৰ লক্ষাধিক পৰিয়ালক বিনামূলীয়া চেনি বিলাব কেজৰিৱালে

Delhi Pollution : ৰাজধানীত বৃদ্ধি পাইছে আৱৰ্জনাৰ পাহাৰ, সংকটত দিল্লীবাসীৰ জীৱন

Delhi Pollution:

দিল্লীৰ আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছে প্ৰদূষণ। শীতকালৰ আগতে, প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। সেই প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰে বিগত সময়ত কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ৰাজধানীত প্ৰদূষণৰ ছবিখন কোনো ধৰণে সলনি হোৱা নাই। অৰবিন্দ কেজৰিৱালেও প্ৰদূষণ নিয়ন্ত্ৰণ ক্ষেত্ৰত দিল্লীত যান-বাহন নিয়ন্ত্ৰণ কৰিছিল।

ADVERTISEMENT

এইবাৰ দিল্লীৰ নতুন বিজেপি চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কিছু পদক্ষেপ লৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ১৫ বছৰীয়া বাহন বাতিল কৰা! কেৱল সেয়াই নহয়, দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই ঘোষণা কৰে যে যদি কোনো বাহন ১৫ বছৰ বা তাতকৈ অধিক পুৰণি হয় তেন্তে ইন্ধন (পেট্ৰ’ল আৰু ডিজেল) দিয়া নহ’ব। ৰাজধানীত বায়ু প্ৰদূষণৰ মোকাবিলা কৰিবলৈ কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিবলৈ মঞ্জিন্দৰে শনিবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।

সেই বৈঠকত কেবাটাও পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয় বুলি পৰিৱেশ মন্ত্ৰী গৰাকীয়ে জনিবলৈ দিয়ে।পুৰণি বাহনৰ ওপৰত নিষেধাজ্ঞা, বৈদ্যুতিক বাহনৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী গৰাকীয়ে কয়, ‘আমি ৰাজধানীত পেট্ৰ’ল পাম্পক গাইডলাইন দিছো। ১৫ বছৰ পুৰণি বাহন চিনাক্ত কৰিব। মনজিন্দৰে লগতে কয় যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক এই সন্দৰ্ভত অৱগত কৰা হ’ব।

“আমি ৰাজধানীত পেট্ৰ’ল পাম্পসমূহক নিৰ্দেশনা জাৰি কৰি আছো। তেওঁলোকে ১৫ বছৰ পুৰণি বাহন চিনাক্ত কৰি সেই বাহনসমূহলৈ ইন্ধন যোগান বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মনজিন্দৰে লগতে কয় যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক এই সন্দৰ্ভত অৱগত কৰা হ’ব। এক এপ্ৰিলৰ পৰা দিল্লীত কাৰ্যকৰী হ’ব এই নতুন নীতি।

পুৰণি বাহনসমূহলৈ ইন্ধনৰ যোগান সীমিত কৰাৰ উপৰিও, পৰিৱেশ মন্ত্ৰীয়ে কয় যে দিল্লীৰ সকলো অট্টালিকা, হোটেল আৰু বাণিজ্যিক কমপ্লেক্সত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ৰখাৰ বাবে ‘এণ্টি-স্মগ গান’ থাকিব লাগে। মনজিন্দৰে লগতে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দিল্লীৰ প্ৰায় ৯০ শতাংশ চৰকাৰী চিএনজি বাছ পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হ’ব। ইলেক্ট্ৰিক বাছৰ সংখ্যা বৃদ্ধি কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHI GOVTdelhi pollution
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d