Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

যুৱ শক্তিক প্ৰেৰণাৰ বাবে মণ্ডল সভাপতিৰ বয়সৰ সীমাৰেখা ৪৫ বছৰ হোৱা উচিত:মুখ্যমন্ত্রী, পঞ্চায়ত, স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ, বি.টি.আৰ আৰু বিধানসভা নির্বাচনত দলৰ সেনাপতি ৰূপে অবতীর্ণ হওঁক নব-নির্বাচিত জিলা সভাপতি আৰু মণ্ডল সভাপতিসকল:দিলীপ শইকীয়া

publisher by publisher
March 1, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Cm Himanta Viswa Sarma:

ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত শনিবাৰে নব-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলৰ সাংগঠনিক কর্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সাংগঠনিক কর্মশালাৰ সমাপন ভাষণত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্ৰেছৰ দিনত অৱহেলিত আৰু পিছপৰি থকা সকলো লোককে সমাহিত কৰি সকলো আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে নৱ-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলে নিৰন্তৰ আৰু সচেতন প্রহৰীৰূপে কাম কৰিব লাগিব।

ADVERTISEMENT

3ভাষণ প্রসংগত মুখ্যমন্ত্রী শর্মাই সমৃদ্ধিশালী অসম আৰু অসমীয়াৰ ভবিষ্যত সুৰক্ষাৰ বাবেই অনাগত দিনত বিজেপি চৰকাৰৰ প্রয়োজন বুলি দোহাবে। লগতে মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰ থকা বাবেই আজি অসমীয়া ভাষা ধ্রুপদী ভাষা হিচাপে জগত সভালৈ যাব পাৰিছে, চৰাইডেউ মৈদাম বিশ্বমানচিত্রত জিলিকি উঠিছে। অসমৰ ইতিহাসত প্রাপ্তি আৰু স্বর্ণিল ভবিষ্যতৰ দুৱাৰ মুকলিৰ বাটকটীয়া হৈ ৰব এডভান্টেজ আছাম ২.০ যাৰ ফলশ্রুতিত প্রায় ৪.৯১ কোটি টকাৰ বিনিয়োগ অসমলৈ অহাৰ পথ প্রশষ্ট হ’ল।

অসম প্রদেশ বিজেপিৰ প্ৰয়াত ছয় গৰাকী সভাপতিৰ কষ্ট, ত্যাগ আৰু সাধনাৰ স্মৃতিক সুঁৱৰি সভাপতি শইকীয়াই নব-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলক সমাগত পঞ্চায়ত, স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ, বিটিআৰ আৰু বিধানসভা নিৰ্বাচনত দলৰ সেনাপতি ৰূপে অবতীর্ণ হবৰ বাবে আহ্বান জনায়।

চাহ জনগোষ্ঠীৰ বিনন্দীয়া কৃষ্টি ঝুমইৰক বিকশিত ভাৰতৰ খনিকৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰা “ঝুমইৰ বিনন্দিনী” শীর্ষক বর্ণিল নৃত্যানুষ্ঠাৰ শুভাৰম্ভণিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ সংস্কৃতিক এক নতুন পৰিচয়ৰে মহীয়ান কৰাৰ বাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক ৬৫ লাখ দলৰ সদস্যৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সভাপতি দিলীপ শইকীয়াই।

দূৰদর্শী আৰু আধুনিক অসমৰ স্বপ্নদ্রষ্টা বুলি ড: হিমন্ত বিশ্ব শর্মাক অভিহিত কৰি দিলীপ শইকীয়াই কয় যে দেশ-বিদেশৰ প্ৰতিষ্ঠানৰ বিপুল অংশগ্রহণ আৰু বিপুল বিনিয়োগৰ প্রতিশ্রুতিৰে ঐতিহাসিক কৰি তোলা এডভান্টেজ আছাম ২.০ সমৃদ্ধিশালী আৰু বিকশিত অসমৰ ৰূপান্তৰৰ আধাৰ।

সাংগঠনিক সভা সম্বোধন কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এডভান্টেজ। ২০১৬ চনত প্রধানমন্ত্রীৰ দায়িত্ব লৈয়ে প্রত্যেক ১৫ দিনৰ মূৰত এগৰাকী কেন্দ্রীয় মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলত প্রবাসী কাৰ্যসূচী লোৱাটো নিশ্চিত কৰে যাৰ ফলশ্রুতিত আজি উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ পূৱ এছিয়াৰ দুৱাৰদলী হবলৈ গৈ আছে।

আজিৰ এই সভাতেই ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ কার্যকর্তা হৰেকৃষ্ণ ভৰালীৰ পৱিত্ৰ স্মৃতিত উচর্গিত অসম প্রদেশ বিজেপিৰ মুখপত্র “বিজেপি বার্তা” উন্মোচন কৰে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়াই।

সভাপতি দিলীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সাংগঠনিক সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল. সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, প্রদেশ বিজেপিৰ ৰাষ্ট্ৰীয় প্রভাৰী হবিশ দ্বিবেদী, প্রদেশ বিজেপিৰ সদ্যবিদায়ী সভাপতি ভবেশ কলিতা, প্রদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি. আৰ. ৰবীন্দ্ৰ ৰাজু, অসম প্রদেশ বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ নৱ-নির্বাচিত জিলা সভাপতি আৰু অসম প্রদেশ বিজেপিৰ ৪৩৩ টা মণ্ডলৰ নৱ-নির্বাচিত মণ্ডল সভাপতি সকল। আজিৰ সভাত আপেক্ষিত ৫০৭ জন কাৰ্যকৰ্তাৰ ভিতৰত ৫০০জন কার্যকর্তা উপস্থিত থাকি সংগঠনৰ শক্তি বৃদ্ধিৰ লগতে সমাগত প্রতিটো নির্বাচনতে প্রচণ্ড বিজয়ৰ সংকল্প গ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaDilip SaikiaState Bjp Mandal MeetingState Bjp Office
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d