ADVERTISEMENT

Tag: Kokrajhar

সেৰফানগুৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা সম্পন্ন

কোকৰাঝাৰ জিলাৰ সেৰফানগুৰীৰ সমবায় সমিতিৰ কাৰ্যালয়ৰ চৌহদত সেৰফানগুৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা সম্পন্ন হয়। ৰাজেন্দ্ৰ বসুমাতাৰীৰ সভাপতিত্বত উক্ত সভাখন ...

Read moreDetails

গোসাঁইগাঁৱত জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ হৈ আছে উদ্বোধন

ৰাইজক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলজীৱন আঁচনিটোও পূৰ্বৰ আন বহুতো আঁচনিৰ দৰেই যে ...

Read moreDetails

কচুগাওঁৰ বন সুৰক্ষাৰ অভিযানত ২৭ টা শালৰ কুণ্ডা সহ এজন আটক

সেউজ অসম গঢ়াৰ পৰিকল্পনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ কচুগাওঁ শানফান ৰেঞ্জ বিষয়া আৰু বড়োলেণ্ড বন ...

Read moreDetails

নেপাল পাৰা বজাৰ গৃহৰ আধাৰ শিলা স্থাপন ইএম অৰূপ কুমাৰ দেৰ

কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীৰ নেপালপাৰা বজাৰ গৃহৰ আজি আধাৰ শিলা স্থাপন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ ...

Read moreDetails

দুবছৰেও শুংসূত্র নাই অপহৃত প্ৰদীপ শীলৰ, ব্যৰ্থ আৰক্ষী-প্ৰশাসন

প্ৰায় দুবছৰ অতিক্ৰান্ত হোৱাৰ পাছতো কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ পৰা অপহৃত ক্ষুদ্ৰ ব্যৱসায়ী প্ৰদীপ শীলৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ...

Read moreDetails

কোকৰাঝাৰ শক্তি বিভাগত যোগ্যতাৰ তালিকাত নাম থকা স্বত্বেও নিযুক্তিৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থী

বিটিআৰৰ হাৰ্ট লেণ্ড কোকৰাঝাৰ জিলাত বিদ্যুৎ বিভাগৰ কোকৰাঝাৰ চক্ৰৰ অধীন ৩৫ জন প্ৰাৰ্থী যোগ্যতাৰ তালিকাত নাম থকা স্বত্বেও নিযুক্তিৰ পৰা ...

Read moreDetails

নাৰী সুৰক্ষা দিয়াত ব্যৰ্থ অসমৰ বিজেপি চৰকাৰ : আমিনুৰ ইছলামৰ

নন্দিতা শইকীয়াৰ দৰে মেধাৱী ছাত্ৰীক দিনৰ পোহৰতে নিৰ্মম ভাবে হত্যাকৰাৰ চেষ্টা কৰে আৰু গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত নন্দিতা শইকীয়া চিকিৎসাধীন ...

Read moreDetails

গৰাখহনীয়াত জাহ যাব নেকি কোকৰাঝাৰৰ পশ্চিম সমষ্টীৰ লোঙা আৰু গোঙিয়া নদীৰ পাৰৰ ২৫ খনৰো অধিক গাঁও !

গৰাখহনীয়া আৰু বানত জাহ যাব নেকি কোকৰাঝাৰৰ পশ্চিম সমষ্টিৰ লোঙা নদী আৰু গোঙিয়া নদীৰ পাৰৰ মাওৰীয়া গাঁও, বেতানী, শিমলাগুড়ী, বোৱাগুৰী, ...

Read moreDetails

গোসাইগাঁৱত ৰেচম অধীক্ষকৰ কাৰ্যালয় উদ্বোধন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল-নেপালপাৰাস্থিত ৰেচম অধীক্ষকৰ কাৰ্যালয়ৰ নতুন ভৱন আজি উদ্বোধন কৰা হয়৷ নৱ নিৰ্মিত কাৰ্যালয় ভৱনটো ...

Read moreDetails
Page 10 of 16 1 9 10 11 16