ADVERTISEMENT

Tag: Nepal

Bharat Gaurav : দেশৰ ইতিহাসত প্রথম, ভাৰত গৌৰৱ পর্যটন ৰেল যাব নেপালৰ বিভিন্ন ৰাম-তীর্থত

নেপাল চৰকাৰৰ অনুমোদন লাভ কৰিলে । ভাৰত গৌৰৱ পর্যটন ট্রেইন এইবাৰ যাব প্রতিবেশী দেশ নেপালৰ ৰাম-তীর্থতো । অহা ২১ জুনত ...

Read more

Nepal plane crash : প্ৰতিকূল বতৰৰ বাবে বিমান দূর্ঘটনা , প্ৰাথমিক তদন্তত জনালে নেপালে

দেওবাৰে পোখৰাৰ পৰা জমচমলৈ উৰা মৰাৰ অলপ পাছতে মধ্য আকাশত সন্ধানহীন হয় তাৰা এয়াৰৰ বিমানখন । নেপালৰ মাষ্টাং জিলাৰ থাচাং-২ৰ ...

Read more

Nepal Plane Crash : সন্ধানহীন বিহাৰৰ একেটা পৰিয়ালৰ সাত সদস্য ! আছিল নেপালৰ দুর্ঘটনাগ্রস্ত বিমানত ?

নেপালত বিমান দুর্ঘটনাৰ খবৰে ভয় আৰু আতংকত গ্রাস কৰিলে বিহাৰৰ ধনুশাৰ মিথিলাক । মুক্তিনাথ দর্শনত গৈছিল তাৰ বাসিন্দা ৰাজনকুমাৰ গোলে ...

Read more

Nepal Plane : সন্ধানহীন বিমানৰ ধ্বংসাৱশেষৰ পোৱা গ’ল নেপালত , ২২জনৰ মৃত্যুৰ আশংকা

অৱশেষত,সন্ধান পোৱা গ'ল নেপালৰ বিমানৰ ধ্বংসাৱশেষ । ২২ জন যাত্ৰীৰ লগত সন্ধানহীন হৈছিল বিমানখন। মুস্তাঙৰ লাৰ্জৌঙত উদ্ধাৰ হৈছে ধ্বংসাৱশেষ । ...

Read more

চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান

দেওবাৰে পুৱা নেপালৰ আকাশৰ পৰা এখন বিমান সন্ধানহীন হয়। পুৱা ন বাজি ৫৫ মিনিটৰ পৰা আৰু সন্ধান পোৱা নাই বিমানখনৰ ...

Read more

Nepal : নেপালত নিযুক্ত ভাৰতৰ নতুন ৰাষ্ট্রদূত নবীন শ্রীবাস্তৱ

মঙলবাৰে নেপালত (Nepal) ভাৰতৰ (India) নতুন ৰাষ্ট্রদূত হিচাপে নিযুক্ত হৈছে নবীন শ্রীবাস্তৱ (Naveen Srivastava) । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেপালৰ লুম্বিনি ...

Read more

Modi’s Nepal visit : বুদ্ধপূর্ণিমাৰ দিনা নেপালত প্ৰধানমন্ত্ৰী মোদী, দেউবাৰ স’তে পূজা-অৰ্চনা কৰিলে মায়াদেৱী মন্দিৰত

বুদ্ধপূর্ণিমাৰ দিনা নেপালৰ মায়াদেৱী মন্দিৰত পূজা অৰ্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । এই স্থানে বুদ্ধৰ জন্মস্থান হিচাপে পৰিচিত । সোমবাৰে ...

Read more

The Mount Everest : নিজৰ অভিলেখ নিজেই ভাঙি ২৬তম বাৰ এভাৰেষ্ট জয় পঞ্চাশোর্ধ ৰীতাৰ

সর্বাধিকবাৰ বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত উঠাৰ অভিলেখ আছিল নেপালৰ কামি ৰীতা শ্বেৰপাৰ । এইবাৰ নিজৰ অভিলেখ নিজেই ভংগ কৰিলে ...

Read more

নেপালৰ ভূমিত চীনা আগ্ৰাসন, প্ৰতিবেদনত স্পষ্ট ‘ড্রাগন’ৰ অভিসন্ধি

সীমান্ত সন্দৰ্ভত চীনৰ (China) স'তে এইবাৰ দ্বন্দ্বত লিপ্ত হ'ল নেপাল (Nepal) । অভিযোগ, নেপালৰ হুমলা জিলাত ভূমি দখল কৰিছে চীনে ...

Read more
Page 2 of 4 1 2 3 4