ADVERTISEMENT

Tag: WORLD FIGHTS CORONA

ভাৰতত অতি কমেও ১০ সপ্তাহ তলাবন্ধ থকা উচিতঃ ৰিচাৰ্ড হৰ্টন 

ভাৰতত অহা তিনি মে’ত তলাবন্ধ প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে দেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত তলাবন্ধ ...

Read more

আশাৰ পোহৰ: আৰম্ভ হ’ল কৰ’নাৰ ভেকচিনৰ মানৱদেহত পৰীক্ষা

সমগ্র বিশ্বকে আশাৰ পোহৰ দেখুৱাই মানৱদেহত পৰীক্ষা আৰম্ভ হ'ল ন'ভেল কৰ'না ভাইৰাছৰ প্ৰতিষেধক ভেকচিনৰ। ইংলেণ্ডৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীৰ উদ্যোগত ...

Read more

দীঘলীয়া হ’ব কৰ’নাৰ আয়ুস : তলাবন্ধ খুলিলে বিপজ্জনক হ’ব পাৰে

দীঘলীয়া সময়ৰ বাবে বিশ্বলৈ আহিছে ক'ভিড-১৯ৰ মাৰাত্মক বীজাণু | সোনকালে আৰু সহজে ই বিদায় লোৱাৰ সম্ভাৱনা নাই | দীৰ্ঘদিন ধৰি ...

Read more

কৰ’না ভাইৰাছৰ পৰা নতুন বিপদৰ আশংকা

কৰ'না ভাইৰাছৰ আতংক কেতিয়ালৈকে থাকিব তাকে বিশ্বজুৰি নানা জল্পনা-কল্পনা অব্যাহত আছে । বিভিন্ন বিজ্ঞানীয়ে ইয়াৰ প্ৰভাৱ অটুট থকা সম্পৰ্কে ভিন্ন ...

Read more

কুকুৰে চিনাক্ত কৰিব কৰ’না 

ইমানদিনে বিভিন্ন অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কুকুৰৰ প্ৰৱল ঘ্ৰাণশক্তিক। এইবাৰ এইবিধ প্ৰাণীৰ ঘ্ৰাণশক্তিক কামত লগোৱা হ'ব মাৰাত্মক ...

Read more

আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ স’তে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅ’ বাৰাড়কাৰ স'তে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় | এই বাৰ্তালাপত বিশ্বত্ৰাস  ...

Read more

ইউৰোপ আমেৰিকাৰ তুলনাত ভাৰতত দুৰ্বল কৰ’না ভাইৰাছ 

ভাৰতত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে মৃতকৰ সংখ্যাও বাঢ়িছে । ইয়াৰ মাজতে আমেৰিকাৰ নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ ...

Read more

ধৰিত্ৰীৰ অটল গহ্বৰত সুপ্ত ভাইৰাছ 

অনাগত সময়ত জলবায়ু পৰিৱৰ্তন বিশ্ববাসীৰ বাবে ঘাটক স্বৰূপ হৈ উঠিব পাৰে । বৰফাবৃত্ত অঞ্চল তথা সমুদ্ৰতলিৰ বাস্তুতন্ত্ৰৰ ভৱিষ্যৎ সময়ত সামান্যতমো ...

Read more

প্ৰবাসীৰ বাবে দুৱাৰ বন্ধ আমেৰিকাৰ

ক্ষতিগ্ৰস্ত হ'ব ভাৰতসহ দক্ষিণ এছিয়া  কৰ'না ভাইৰাছৰ মাৰাত্মক প্ৰকোপত বিধ্বস্ত হৈছে আমেৰিকা | মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমেৰিকানসকলৰ স্বাৰ্থ ৰক্ষাৰ ...

Read more
Page 9 of 11 1 8 9 10 11