Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দীঘলীয়া হ’ব কৰ’নাৰ আয়ুস : তলাবন্ধ খুলিলে বিপজ্জনক হ’ব পাৰে

publisher by publisher
April 24, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

epa06747281 Tedros Adhanom Ghebreyesus, director general of the World Health Organization (WHO), attends a press conference at the European headquarters of the United Nations in Geneva, Switzerland, 18 May 2018. The WHO Director-General answered questions ahead of the World Health Assembly and following the meeting of an International Health Regulations Emergency Committee on Ebola in the Democratic Republic of the Congo. EPA-EFE/VALENTIN FLAURAUD

2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

দীঘলীয়া সময়ৰ বাবে বিশ্বলৈ আহিছে ক’ভিড-১৯ৰ মাৰাত্মক বীজাণু | সোনকালে আৰু সহজে ই বিদায় লোৱাৰ সম্ভাৱনা নাই | দীৰ্ঘদিন ধৰি কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি বাচি থৈকিব লাগিব | পুনৰ এনে আশংকাবাণী শুনালে বিশ্ব স্বাস্থ্য সংস্থাই | সংস্থাটো মতে বিশ্বব্যাপী তলাবন্ধৰ ফলত বহু দেশত সংক্ৰমণৰ গতি হ্ৰাস হৈছে ; কিন্তু আত্মতুষ্টিৰ এয়া সময় নহয় | তলাবন্ধ খুলিলে পুনৰ বিপজ্জনক পৰ্যায়লৈ যাব পাৰে সংক্ৰমণৰ গতি | বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ট্ৰেড’ছ আধান’ম গেব্ৰিয়েছাছে বৃহস্পতিবাৰে সকীয়াই দিলে যে ক’ভিড-১৯ বিশ্বত দীঘলীয়া সময় থাকিব | লগতে সকীয়নি দিয়ে যে অধিকাংশ ৰাষ্ট্ৰই এই অতিমাৰীৰ মোকাবিলাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে |
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে কয় যে যিসমূহ দেশে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণাধীন হৈছে বুলি ভাবিছিল যদিও এনে দেশসমূহত পুনৰ ই উদ্ভৱ হৈছে | তদুপৰি আমেৰিকা আৰু আফ্ৰিকাৰ দৰে দেশত উদ্বেগজনক গতিত বাঢ়িছে কৰ’না | আমেৰিকাৰ দৰে দেশে এই মাৰাত্মক ৰোগৰ মোকাবিলা ক্ষেত্ৰত সংস্থা ব্যৰ্থ হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে | “পশ্চিম ইউৰোপত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে অথবা সুস্থিৰ হৈ আছে | এই পৰ্যন্ত সংখ্যাত কম হলেও আমি আফ্ৰিকা, কেন্দ্ৰীয়  আৰু দক্ষিণ আমেৰিকা আৰু পূৰ্বোত্তৰ ইউৰোপত উদ্বেগজনক প্ৰৱণতা পৰিলক্ষিত কৰিছো | বহু দেশেই এতিয়াও আৰম্ভণি পৰ্যায়তে আছে | আন বহু আক্ৰান্ত দেশত এই মাৰাত্মক বীজাণুৰ পুনৰ সংক্ৰমণ আৰম্ভ হৈছে | কোনো ভুল নকৰিব | আমি এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিবলৈ আছে | এই ভাইৰাছ আমাৰ স’তে দীঘলীয়া সময় থাকিব |’
ইপিনে,  তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই যোৱা তিনি জানুৱাৰীতে সঠিক সময়ত দেশসমূহক প্ৰস্তুত হ’বলৈ আৰু পৰিকল্পনা ৰচিবলৈ বিশ্বজোৰা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল | বিশ্বই প্ৰস্তুতিৰ বাবে বহু সময় পাইছিল বুলি তেওঁ দাবী কৰে | খৰখেদাকৈ তলাবন্ধ প্ৰত্যাহাৰ কৰিবলৈ যো-জা কৰা কৰ’না আক্ৰান্ত দেশসমূহক পূৰ্বতে সকীয়াই দিছিল সংস্থাটোৱে | এইবাৰ পুনৰ বিপজ্জনক ইংগিত দিলে | ট্ৰেড’ছৰ মতে সামাজিক দূৰত্বৰ বিধিয়েহে ফলাফল দিছে আৰু সংক্ৰমণ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে | সেই বুলি সামাজিক দূৰত্ব পাহৰি গলে নহ’ব | “সপ্তাহৰ পাছত সপ্তাহ ঘৰত থাকিবলগীয়া হৈছে |  ইয়াত বহু মানুহ স্বাভাৱিকতে বিৰক্ত হৈছে | তেওঁলোকে উপাৰ্জনৰ বাবে ঘৰৰ বাহিৰলৈ যাব বিচাৰিছে ; কিন্তু এই মূহুৰ্তত পৃথিৱী আৰু আগৰ পৰিস্থিতিলৈ উভতি যাব নোৱাৰিব | এই নতুন পৰিস্থিতিত স্বাভাৱিক বুলি ভাবি লৈ আগুৱাব লাগিব |’ ট্ৰেড’ছে কয়|
মনকৰিবলগীয়া যে ভাৰতত অহা তিনি মে’ত তলাবন্ধ প্ৰত্যাহাৰ হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে | অৱশ্যে দেশৰ পৰিস্থিতিৰ ওপৰত এই বিষয়টো নিৰ্ভৰ কৰিছে | এই সময়ত মেডিকেল জাৰ্ণেল লেনছেটৰ মুখ্য সম্পাদক ৰিচাৰ্ড হৰ্টনে সকীয়াই দিয়ে যে ভাৰতে এতিয়াই তলাবন্ধ প্ৰত্যাহাৰ কৰা উচিত নহয় | অন্ততঃ কমেও একেৰাহে ১০ সপ্তাহ তলাবন্ধ থকা উচিত | নহ’লে নতুনকৈ সংক্ৰমণ বিয়পিলে চম্ভলাটো প্ৰত্যাহ্বানৰ বিষয় হ’ব |
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdownTedros Adhanom GhebreyesusWHOWORLD FIGHTS CORONA
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d