২০২২ৰ উচ্চতৰ মাধ্যমিকত কলা শাখাত ৮৩.৪৮ শতাংশ, বাণিজ্য শাখাত ৮৭.২৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
Assam Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল May 4, 2024
Assam Akhil Gogoi:জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ May 4, 2024
Assam Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান May 4, 2024
International Binance Founder Changpeng Zhao:৩.৫৯ লাখ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দীজন May 4, 2024
Assam Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা May 4, 2024
Assam Mla Aminul Islam Pressmeet:কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল May 4, 2024