Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

গুৱাহাটীত পোষ্টাৰ ৰিলিজ অনুষ্ঠান

publisher by publisher
May 23, 2023
in Assam, Entertainment, India, News
Reading Time: 2 mins read
0
5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

5th Chitra Bharati Film Festival:

দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ চুটি ছবি আৰু তথ্যচিত্ৰৰ প্ৰতিযোগিতা আৰু মহোৎসৱ ‘চিত্ৰভাৰতী চলচ্ছিত্ৰ মহোৎসৱ’ৰ পঞ্চম সংস্কৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ এই প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটি অনুষ্ঠানত মহোৎসৱৰ পোষ্টাৰ মুকলি কৰা হয় ৷
এই অনুষ্ঠানত অংশগ্ৰহন কৰে নৰ্থ ইষ্ট ফিল্ম এণ্ড টিভি টেকনিচিয়ানছ এচচিয়েনছৰ সভাপতি চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱা, অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰা আৰু তৰুণ প্ৰজন্মৰ অভিনেত্ৰী ডাঃ বেজবৰুৱা টু খ্যাত কিংকিনী ভট্টাচাৰ্যই ৷ চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই অনুষ্ঠানটি পৰিচালনা কৰে আৰু সাংবাদিকসকলক চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ কথা বাখ্যা কৰে ৷
‘এটা নিৰ্দিষ্ট আদৰ্শ আৰু উদ্দেশ্য আগত ৰাখি আয়োজন কৰা, তথ্যচিত্ৰ আৰু চুটি ছবিৰ এই বিশাল আয়োজনত অসমৰ অংশগ্ৰহন খুব কম ৷ অসমৰ অধিক সংখ্যক চিত্ৰনিৰ্মাতাই এই মহোৎসৱত অংশগ্ৰহন কৰি নিজৰ কাম বৃহৎ সংখ্যক দৰ্শকৰসন্মুখত প্ৰদৰ্শন কৰা এই সুবিধাটো লোৱা প্ৰয়োজন’- শ্ৰীদত্তই কয় ৷
তথ্য আৰু মনোৰঞ্জনক জনসাধাৰণৰ মাজলৈ নিয়াৰ অন্যতম শক্তিশালী মাধ্যম হৈছে চলচ্চিত্ৰ ৷ ভাৰতৰ উত্থানৰ প্ৰক্ৰিয়াত সকলো ধৰণৰ ছবিৰ ইতিবাচক সম্ভাৱনাৰ কথা উপলব্ধি কৰি একে ভাবধাৰাৰ কেইগৰাকীমান চিত্ৰপ্ৰেমী লগ হৈ ইতিবাচক আৰু গঠনমূলক বাৰ্তাৰ ছবিৰ প্ৰচাৰৰ সিদ্ধান্ত লয় ৷ ভাৰতীয় মূল্যবোধ আৰু দৰ্শনক প্ৰচাৰ কৰা ছবিক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০১৬ চনত ভাৰতীয় চিত্ৰ সাধনাৰ জন্ম হৈছিল ৷
ভাৰতৰ বেছিভাগ ৰাজ্যতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলৰ লগত জড়িত চলচ্চিত্ৰ সংগঠন আছে আৰু তেওঁলোকেও নিজাকৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে ৷ অসমৰ চলচ্চিত্ৰম্‌ সংগঠনটিও এনেদৰে চিত্ৰভাৰতীৰ সতে জড়িত ৷ প্ৰখ্যাত চলচ্চিত্ৰ শিল্পী আৰু নিৰ্মাতাৰ এটা দলে প্ৰতিযোগিতাত যোগদান কৰা ছবিবোৰৰ মাজৰ পৰা নিৰ্বাচন কৰা কিছু ছবি পুৰষ্কৃত ছবিৰ লগতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হয় ৷
চলচ্চিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন বিষয়ৰ ভালেমান মাষ্টাৰ ক্লাছ আৰু এইবোৰত শিক্ষাৰ্থীসকলে চলচ্ছিত্ৰ জগতৰ বিখ্যাত ব্যক্তিসকলৰ সৈতে অন্তৰংগভাবে মত বিনিময় কৰাৰ সুযোগ পায় ৷
অহা বছৰৰ ২৩, ২৪, ২৫ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ পঞ্চকুলাত চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰা হৈছে ৷ অহা ছেপ্টেম্বৰ মাহত  প্ৰতিযোগিতাৰ ছবি জমা দিব লাগিব ৷
চিত্ৰভাৰতী চলচ্চিত্ৰ প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাৰ মূল বিষয়বোৰ হ’ল নাৰী সৱলীকৰণ, নিয়োগ, সম্প্ৰীতি, পৰিবেশ, ভৱিষ্যতৰ ভাৰত, জনজাতীয় সমাজ,  গ্ৰামোন্নয়ন আৰু বসুধৈৱ কুটুম্বকম ৷ প্ৰতিযোগিতাত শিশু চলচ্চিত্ৰৰ এটি বিশেষ শাখা আছে৷ এই শাখাৰ ছবিৰ বিষয়সমূহ হ’ল – সাহসী শিশু, শিশু শিক্ষাৰ ক্ষেত্ৰত কৰা উদ্ভাৱনসমূহ আৰু নৈতিক শিক্ষা ৷
প্ৰতিযোগিতাৰ বিভিন্ন শাখা আৰু বঁটাসমূহ এনে ধৰণৰ- ক, চুটি ছবি, দৈৰ্ঘ্য সৰ্বাধিক ৩০ মিনিট, শ্ৰেষ্ঠ ছবি – প্ৰথম পুৰষ্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ পৰিচালক পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা, পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি – দ্বিতীয় পুৰষ্কাৰ পঞ্ছাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা ৷
খ, তথ্যচিত্ৰৰ সময় সৰ্বাধিক ৪৫ মিনিট, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ ছবি দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি তৃতীয় পুৰস্কাৰ- পঁচিশ হাজাৰ টকা ৷ গ, শিশুৰ ছবিৰ সৰ্বাধিক দৈৰ্ঘ ২০মিনিট ৷ শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰস্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা ৷
ঘ. কেম্পাছ ফিল্মৰ সৰ্বাধিক দৈৰ্ঘ ২০ মিনিট, এই শাখাত কেৱল চুটি ছবিহে গ্ৰহন কৰা হ’ব ৷ পুৰষ্কাৰ ক শাখা – চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান আৰু পেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক – পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷
খ শাখা – অপেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে- শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷ সকলো নগদ বঁটাৰ লগত ট্ৰফী আৰু চাৰ্টিফিকেট দিয়া হ’ব ৷ এই প্ৰতিযোগিতাৰ সবিশেষ চিত্ৰভাৰতী ডট ওআৰজি ৱেব চাইটত পোৱা যাব ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 5th Chitra Bharati Filam FestivalGuwahati Press ClubPoster Release Programme
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d