Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

প্ৰতিবাৰে নিৰ্ব্বাচনত ভোটদান কৰে চীনা মূলৰ অসমীয়াই ♦যুগ যুগ ধৰি বাস কৰি আছে অসমত

publisher by publisher
April 9, 2019
in Loksabha Election, News
Reading Time: 1 min read
0
প্ৰতিবাৰে নিৰ্ব্বাচনত ভোটদান কৰে চীনা মূলৰ অসমীয়াই  ♦যুগ যুগ ধৰি বাস কৰি আছে অসমত
2
SHARES
17
VIEWS
ShareShareShareShare

নিৰ্ব্বাচনী ফলাফল বা কোনো দলৰ জয়-পৰাজয়ৰ ভূমিকা পালন নকৰিলেও অসমত বাস কৰা চীনা মূলৰ লোকসকলে যুগ যুগ ধৰি ভোটদান কৰি আহিছে । চীনা মূলৰ লোকসকলে তিনিচুকিয়া জিলাৰ মাকুম, ডিগবৈ, পানীতোলা আৰু তিনিচুকিয়া নগৰত বাস কৰে। প্ৰতিটো নিৰ্ব্বাচনত এই লোকসকলে উৎসাহেৰে ভোটদান কৰে । অসমত চাহ বাগিছা স্হাপনৰ সময়ত ঔপনিৱেশিক ব্ৰিটিছে চাহ বাগানত কাম কৰিবলৈ চিনৰ পৰা কে’বাশ লোক আনে। পৰৱৰ্তী সময়ত এই চাহ শ্ৰমিকসকলে স্হানীয় মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অসমীয়া সমাজৰ অংগ হৈ পৰে। অৱশ্যে 1962 চনত চীনা-ভাৰতৰ যুদ্ধ সময়ত চীনা মূলৰ এই লোকসকলক আৰক্ষীয়ে আটক কৰি ৰাজস্হানলৈ প্ৰেৰণ কৰে। তাত তেওঁলোকক এটা বন্দী শিবিৰত আটক কৰা হৈছিল । পৰৱৰ্তী সময়ত বন্দী শিবিৰৰ পৰা মুকলি হৈ অহা সকলে অসমলৈ ঘূৰি আহি মাকুম, ডিগবৈ, পানীতোলা আৰু তিনিচুকিয়াত বাস কৰিবলৈ লয়। তেওঁ লোকৰ বৰ্তমান এন আৰ চি খচৰাতো অন্তৰ্ভুক্ত হৈছে । তিনিচুকিয়া নগৰৰ চীনাপট্ৰিত জন উং নামৰ চীনা মূলৰ লোকজনৰ এখন ৰেস্তোৰাঁ আছিল । উঙৰ প্ৰয়াত পিতৃ উং ছু চিন তিনিচুকিয়া নগৰস্হিত এখন চীনা ভাষাৰ স্কুলৰ প্ৰধান শিক্ষক আছিল। জনৰ মাতৃ লী ছু চেনৰ বয়স সম্প্ৰতি 90 বছৰ । তেৱেঁই হৈছে চীনা মূলৰ অসমীয়া সকলৰ ভিতৰত সবাতোকৈ বয়স্ক ভোটাৰ। পূৰ্বৰ দৰে এইবাৰো নিৰ্ব্বাচনত ভোটদান কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছে জনে। তেওঁৰ মুম্বাইত কৰ্মসূত্ৰে বাস কৰা ৰাজীৱ গগৈয়েও ভোটদান কৰিবলৈ আহিব বুলি জনে জনায়।

ADVERTISEMENT

আনহাতে, মাকুম অঞ্চলৰ এজন সমাজকৰ্মীয়ে জনায় যে অঞ্চলটোত কমেও 30 জন চীনা মূলৰ লোকে বসবাস কৰে । সমগ্ৰ অসমতে চীনা মূলৰ পৰিয়ালৰ সংখ্যা 50 টাতকৈ কম নহব বুলিও তেওঁ জনায়। মাকুম অঞ্চলটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত । অহা 11 এপ্ৰিলত ডিব্ৰুগড়তো নিৰ্ব্বাচন অনুষ্ঠিত হ’ব। ইপিনে, টুং চিন থাম নামৰ লোকজন হৈছে তৃতীয়টো প্ৰজন্ম চীনা মূলৰ লোক। গুৱাহাটীত বাস কৰা থামে পৰ্যটন আৰু বিমান সেৱা খণ্ডৰ ইংৰাজী প্ৰশিক্ষকৰূপে জীৱিকা অৰ্জন কৰে। থামৰ মতে, অসমীয়া চীনা বুলি কোৱাটো এটা পৰিচয়সূচকৰ বাহিৰে আন একো নহয় । ‘আমি চীনা বুলি কোনো অনুভৱ নকৰো। আমাৰ লোকসকল অসমীয়া সমাজৰ স’তে খুব ভালদৰে মিলি গৈছে । থামে কয় যি দলৰ চৰকাৰ নাহক , জনতাৰ বাবে কাম কৰা উচিত । আন এজন চীনা মূলৰ লোক উইলী হোৰ মতে ,তেওঁলোকে আন যিকোনো ভাৰতীয় লোকে ভোটদান কৰাৰ দৰে প্ৰতিটো নিৰ্ব্বাচনত ভোটদান কৰি আহিছে।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d