Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

    Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

পৰ্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

publisher by publisher
May 16, 2019
in Uncategorized
Reading Time: 1 min read
0
পৰ্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য
8
SHARES
78
VIEWS
ShareShareShareShare

RelatedPosts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

জাগীৰোড : সকলো দেশী – বিদেশী পৰ্যটকৰ বাবে আজিৰ পৰা পবিতৰা অভয়াৰণ্য বন্ধ ঘোষণা কৰিছে অভয়াৰণ্য খনৰ কৰ্তৃপক্ষই। চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব পবিতৰা অভয়াৰণ্য। অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে, বাৰিষাৰ আগমণৰ লগে লগে অভয়াৰণ্যখনৰ অন্তৰ্ভাগৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী। পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই অগ্ৰদূতৰ আগত সদৰি কৰা মতে বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত অভয়াৰণ্য দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰাত বিগত ২০১৭-১৮ বৰ্ষত দেশী – বিদেশী পৰ্যটকৰ পৰা প্ৰায় ৪৫,৪৩,৭৫০ টকাৰ ৰাজহ আদায় কৰাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত দেশী – দিদেশী পৰ্যটকৰ পৰা প্ৰায় ৬১,৯২,১২৫০ টকাৰ ৰাজহ আদায় কৰি বিগত বৰ্ষৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৩৪,৬০৬ জন দেশী আৰু ৬০৫ জন বিদেশী পৰ্যটকে এই বাৰ পবিতৰা অভয়াৰণ্যৰ সৌন্দৰ্য্য উপভোগ কৰে।প্ৰায় ১৬ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যত প্ৰায় ১০২ টা গঁড়, দুই শতাধিক বনৰীয়া মহ , সহস্ৰাধিক বনগাহৰি আৰু কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আছে। আনহাতে আগন্তুক বাৰিষাত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে বন্যজন্তুসমূহক ৰক্ষণাবেক্ষণ দিবলৈ পবিতৰাৰ বনবিভাগ ইতিমধ্যে সাজু হৈ উঠিছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d