Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

    Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

    ‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Daily

কঁচুগাওঁত বিপিএফৰ বিশাল যুৱ সমাৰোহ

samimsultana by samimsultana
March 18, 2020
in Daily, News, Politics
0
কঁচুগাওঁত বিপিএফৰ বিশাল যুৱ সমাৰোহ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

মানিমুনি শাকৰ গুণ

BSF soldiers returned to Pakistan:২০ দিনৰ অন্তত স্বদেশ লৈ উভলিল পাকিস্তানৰ জেলত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব’

বিটিচিত যিমানে দল সংগঠনে প্ৰতিদ্বন্দিতা নকৰক কিয় বিপিএফ দলক পৰাভূত কৰিব নোৱাৰে ৷ কিয়নো সকলো জাতি জনগোষ্ঠীৰ লোকে বিপিএফ দলক আপোন কৰি লৈছে। এই দলে কেতিয়াও উগ্ৰ জাতীয়তাবাদক সমৰ্থন কৰা নাই ৷সম অধিকাৰ,সম বন্টন,সদবিকাশৰ নীতিৰি তিনিবাৰ ভোটত জয় লাভ কৰাৰ দৰে বিটিচিত চতুৰ্থবাৰৰ বাবেও বিপিএফ দলৰ নেতৃত্বত হে চৰকাৰ গঠন হ’ব ৷এই ভাষ্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ আজি কচুগাঁৱত যুৱ বিপিএফে আয়োজন কৰা বিশাল যুৱ সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিটিচি নিৰ্বাচনৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবাৰ নতুন চৰকাৰ গঠন কৰাৰ পাছতে দলৰ প্ৰাথমিক কাৰ্যসূচী হিচাপে বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে সুকীয়াকৈ গঠন হ’ব উন্নয়ন পৰিষদ ৷ সামগ্ৰিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ উপস্থাপনৰ সুযোগ নোপোৱাসকলে নিজৰ নিজৰ সমস্যা পৰিষদৰ জৰিয়তে সমাধান কৰিবলৈ সুযোগ পাব ৷একেদৰে চাকৰিৰ বয়স উকলি যোৱা নিবনুৱাসকলৰ বাবে মাহিলী ভাট্টা দিয়াৰ চিন্তা চৰ্চা কৰাৰ উপৰি বিটিচিবাসী ৰাইজৰ পঞ্চাশ শতাংশ বিদুৎ মাচুল বিটিচি চৰকাৰে আদায় দিয়াৰ কথাও চিন্তা কৰি আছে ৷ বিটিচিত বসবাস কৰা ভূমিহীন লোক তথা চৰকাৰী খাছ,বনভূমি আদিত বসবাস কৰা পৰিয়ালক পৰ্যায়ক্ৰমে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব বুলি সমাবেশত মুকলিকৈ ঘোষডা° কৰে ।বিটিচি নিৰ্বাচনত বিপিএফ দলে ক্ষমতা লাভ কৰিলে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমিহীন লোকে মাটিৰ পট্টা পোৱাটো খাটাং ৷এই প্ৰতিশ্ৰুতি বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ। বিটিচিৰ নিৰ্বাচনত বিশাল জনসমাবেশেৰে আজি কঁচুগাওঁত নিৰ্বাচনী ৰণ শংকা বজোৱা বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে বিটি আৰ শান্তি চুক্তিক আদৰণি জনায় অস্ত্ৰ সম্বৰণ কৰা এন ডি এফ বি ৰ চাৰিওটা গোটৰ শলাগ লয়। ইয়াৰ বিপৰীতে জনগণক উদ্দেশ্য কৰি দিয়া ভাষণত বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে এবছুৰ পৃথক বড়ো ৰাজ্য গঠনৰ আন্দোলন স্থগিত কৰি বিটি আৰ চুক্তি স্বাক্ষৰ কৰা প্ৰমোদ বড়ো ক তীব্র ভাষাৰে সমালোচনা কৰে। গণ সমাবেশত স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি বহু সংখ্যক শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে। অন্যহাতে এন ডি এফ বি, ইউ পিপি এল, কংগ্রেছ, গণ সুৰক্ষা পাৰ্টী, এবছু আদি দল সংগঠনৰ পৰা পাঁচ সহস্ৰাধিক লোকে বি পি এফ ত যোগদান কৰে।

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
samimsultana

samimsultana

Related Posts

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
News

May 14, 2025
অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 
News

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

May 14, 2025
Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা
Assam

Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

May 14, 2025
‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?
News

‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d