Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

    অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ মাজতে ট্ৰাকেৰে সংগোপনে চলিছে মানুহৰ যাতায়ত

publisher by publisher
April 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ মাজতে ট্ৰাকেৰে সংগোপনে চলিছে মানুহৰ যাতায়ত
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

Assam Government is on the Verge of Enforcing the UCC:ইউচিচি বলবতৰ দিশে ৰাজ্য চৰকাৰ !

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে ইতিমধ্যে চৰকাৰে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৷তাৰ পিছতো যেন কৰ’না সংক্ৰমণ বিষয়টো সম্প্ৰতি গুৰুত্ব সহকাৰে লোৱা নাই একাংশই। আজি ছাগলীয়াত বংগ আৰক্ষীয়ে RJ-07GC/6266 নম্বৰৰ ১২ চকীয়া এখন মালবাহী ট্ৰাকৰ পৰা ৫৩ জন লোকক আটক কৰে ৷এই লোকসকলক উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰবেশ পথ ছাগলীয়াৰে অসমত প্ৰবেশ কৰিব বিছাৰিছিল৷ অৱশ্যে ছাগলীয়াৰ অসম বংগ সীমান্তত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সষ্টম হৈ থকা আৰক্ষী আৰু দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ তৎপৰতাত লোকসকলক অসমত প্ৰবেশত বাধা প্ৰদান কৰাত লোকসকলক অসমত প্ৰবেশ কৰাই দিয়াত ব্যৰ্থ হয় ৷আৰু ছাগলীয়াত নিয়োজিত আৰক্ষী আৰু জিলা প্ৰশাসন বিষয়াৰ লগত আলোচনাত মিলিত হৈ এই লোকসকলক অসমত চমজি ল’বলৈ আহ্বান জনাই। ইপিনে ইতিমধ্যে অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া হালাকুৰা আৰু আগমনীত ৩৮৮ জন লোকক চাৰিটা কোৱাৰিন্টাইনত ৰখাৰ কাৰণে পুনৰ এনে লোকক ৰখাৰ বাবে প্ৰশাসনে অস্বীকাৰ কৰাত বংগ আৰক্ষীয়ে পশ্চিমবংগতে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে ৷জানিব পৰা মতে গুৱাহাটীৰ বেলতলাত শ্ৰমিক হিচাপে নিয়োজিত এই লোকসকল আছিল বিহাৰৰ বিভিন্ন প্ৰান্তৰ ৷তলাবন্ধৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে যোৱা নিশা এই লোকসকল বিহাৰত থকা নিজ গৃহলৈ মালবাহী ট্ৰাকৰ যোগেদি ওভতনি যাত্ৰা কৰিছিল ৷শ্ৰীৰামপুৰ হৈ ট্ৰাক খন আজি পূৱাৰ ভাগত পশ্চিমবংগৰ শিলিগুৰিৰ পোৱাৰ পিছত বংগ আৰক্ষীয়ে মানুহ কঢ়িয়াই নিয়া বাহনখনক পশ্চিম বংগৰ পৰা কোচবিহাৰলৈ পঠিয়াই যদিও এই লোকসকলক ছাগলীয়াৰে অসমত প্ৰৱেশ কৰাত চেষ্টা বিফল হয় ৷ উল্লেখযোগ্য যে সম্প্ৰতি কোৱাৰেন্টাইনত থকা লোকসকলে বিহাৰত থকা নিজ গৃহলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান কৰে৷

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovernmentCovid-19
publisher

publisher

Related Posts

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!
India

অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

May 14, 2025
অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!
India

অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d