Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

খুলিল চৰকাৰী কাৰ্য্যালয় : জনতা ভৱনৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বেমেজালি

publisher by publisher
April 22, 2020
in COVID-19, News
Reading Time: 1 min read
0
খুলিল চৰকাৰী কাৰ্য্যালয় : জনতা ভৱনৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বেমেজালি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

দেশজুৰা দ্বিতীয় পৰ্য্যায়ৰ তলাবন্ধৰ মাজতে আজিৰ পৰা অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত চৰকাৰী কাম-কাজকে ধৰি কেতবোৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা হয়। সেই অনুসৰি অসমতো সংশ্লিষ্ট ক্ষেত্ৰবোৰৰ লগতে চৰকাৰী কাৰ্য্যালয় বোৰ খোলা হয়, কিন্তু চৰকাৰৰ সুপৰিকল্পিত ব্যৱস্থাৰ অভাৱ আৰু একাংশ অবিবেচক কৰ্মচাৰীৰ অতপালিত প্ৰথম দিনাই সমগ্ৰ ব্যৱস্থাটোত বেমেজালিৰ সৃষ্টি হয়।
ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে বাধ্যতামূলক হোৱা সামাজিক দূৰত্ব ৰক্ষাও আনকি জনতা ভৱনৰ কৰ্মচাৰীৰ ক্ষেত্ৰতে ধোঁৱাচাঙত উঠে। উল্লেখ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩৩% কৰ্মচাৰীৰে কালিৰে পৰা কাম কাজ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনৰ মূল কেন্দ্ৰস্থল জনতা ভৱনতো বিভাগবোৰৰ মুৰব্বীসকলে ৰ’ষ্টাৰ পদ্ধতিত কৰ্মচাৰীৰ উপস্থিতিৰ তালিকা প্ৰস্তুত কৰিছে।
অৱশ্যে তলাবন্ধৰ ফলত যিসকল কৰ্মচাৰী গুৱাহাটীৰ পৰা দূৰৰ অন্য জিলাত আবদ্ধ হৈ আছে তেঁওলোকক সদ্যহতে উপস্থিতিৰ তালিকাৰ পৰা আতঁৰত ৰখা হৈছে। গতিকে জনতা ভৱনৰ পৰা ঢুকি পোৱা স্থানৰ কর্মচাৰী সকলক লৈ যুগুত কৰা তালিকাৰ ভিত্তিত তেঁওলোকক অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ বাবে ১৬ খন বাছৰ ব্যৱস্থা কৰি বৃহত্তৰ গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ পৰা চলোৱা হয় । কিন্তু আজাৰকে ধৰি একাধিক পইণ্টৰ পৰা চলা বাছত সামাজিক দূৰত্ব ধোঁৱাচাঙত উঠে। বৰঞ্চ থিয় হৈও কৰ্মচাৰী আহিবলগীয়া হয়। অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই ইয়াকে লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।
কিন্তু জিলা পৰ্য্যায়ৰ সৰহ সংখ্যক কাৰ্যালয়ত চৰকাৰী নিৰ্দেশ পালন কৰাটো জটিল হয়। এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাই কয় যে জিলা পৰ্য্যায়ৰ কাৰ্যালয়ত চৰকাৰী বাহনেৰে কৰ্মচাৰীক অনাৰ ব্যৱস্থা নাই। যদিও তেনে কাৰ্য্যালয় বোৰৰ বেছিভাগ স্থানীয় হয় তথাপিও তেওঁলোকৰ ঘৰ কাৰ্য্যালয়ৰ একেবাৰে কাষত নহয়। বেছিভাগ কৰ্মচাৰীৰে ঘৰ নূন্যতম ছয়-সাত কিলোমিটাৰ নিলগত। গতিকে চৰকাৰে যিহেতু ব্যক্তিগত বাহনেৰে কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছে তেনেক্ষেত্ৰত বেছিভাগ কৰ্মচাৰী কাৰ্যালয়লৈ আহিব নোৱাৰিলে।
 প্ৰসংগ ক্ৰমে উল্লেখ্য যে চৰকাৰী ব্যৱস্থাৰ মাজতে জনতা ভৱনৰ একাংশ কৰ্মচাৰীয়ে অবিবেচকভাবে ব্যক্তিগত বাহনেৰে কৰ্মস্থলীলৈ অহাৰ অভিযোগ উক্ষাপিত হৈছে। যাৰ বাবে বাটত তেওঁলোক আৰক্ষী-নিৰপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন হয়। এনে ঘটনা ৰাজ্যৰ কে’বাস্থানতো সংঘটিত হয়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19Janata BhawanLockdown
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d