আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মা ধৰিত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । এক বাৰ্তাত প্ৰধানমন্ত্ৰীজনে কয়, “আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে আমি সকলোৱে আমাৰ পৃথিৱীখনে আমাৰ প্ৰতি লোৱা তত্বাৱধান আৰু কৰুণাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। আহক, আমি সকলোৱে এক স্বচ্ছ, স্বাস্থ্যসন্মত আৰু অধিক সমৃদ্ধিশালী পৃথিৱী গঢ় দিয়াৰ দিশত কাম কৰো। ক’ভিড-১৯ক পৰাজিত কৰাৰ বাবে অগ্ৰণী ভূমিকা লৈ কাম কৰাসকলৰ প্ৰতি আমি প্ৰেৰণা যোগাও।”
পৃথিৱীখনে আমাৰ প্ৰতি লোৱা তত্বাৱধান আৰু কৰুণাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো- প্ৰধানমন্ত্ৰী
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19EARTH DAYFIGHT AGAINST COVID-19INDIA FIGHTS CORONANarendra Modi
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026