Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ ফলত গভীৰ সংকটত নগাঁও-মৰিগাঁৱৰ  এৰী ৰেচম শিল্পোদ্যোগ

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ ফলত গভীৰ সংকটত নগাঁও-মৰিগাঁৱৰ  এৰী ৰেচম শিল্পোদ্যোগ
10
SHARES
102
VIEWS
ShareShareShareShare

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

বৰ্তমানৰ অতি আধুনিক বিশ্ব মানৱ সমাজত প্ৰাকৃতিক তথা জৈৱিক দ্ৰব্যৰ প্ৰতি আকৰ্ষণলৈ চাই এৰী ৰেচম শিল্পই সাম্প্ৰতিক বজাৰৰ লগত ফেৰ মাৰিব পৰাকৈ উন্নত প্ৰযুক্তিৰে উত্তৰণৰ পূৰ্ণ সম্ভাৱনা আছে । এই সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক, গৱেষক ডঃ ভূৱন চুতীয়াই নব প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে এলাগী হ’বলৈ ধৰা এৰী ৰেচম পলুৰ বৈজ্ঞানিক ভাৱে পালন আৰু বস্ত্ৰ উৎপাদনৰ যোগেদি নগাঁও আৰু মৰিগাঁও জিলাৰ দুই শতাধিক মহিলাক স্বাৱলম্বীতাৰ বাট দেখুৱাই গ্ৰাম্যাঞ্চলৰ পলু পালকৰ ক্ষেত্ৰ খনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
IMG 20200427 WA0013
বিশিষ্ট প্ৰাণী বিজ্ঞানী ড° ভূৱন চুতীয়াৰ প্ৰত্যক্ষ তত্বাৱধানত এৰী ৰেচম পলু পালন আৰু বস্ত্ৰ উৎপাদনৰে স্বাৱলম্বীতাৰ বাট মুকলি কৰা নগাঁও আৰু মৰিগাঁও জিলাৰ দুই শতাধিক উদ্যোগী মহিলাৰ সপোনত আউল লগাইছে দীঘলীয়া তলাবন্ধই ।কিয়নো দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত এই এৰী ৰেচম শিল্প উদ্যোগটোৰ সৈতে জড়িত মহিলাসকলে তেওঁলোকৰ উৎপাদিত বিভিন্ন বস্ত্ৰসমূহ বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই। অথচ এপ্ৰিল মাহত তেওঁলোকৰ লাখ লাখ টকাৰ এৰী ৰেচম বস্ত্ৰ বিক্ৰী হয়।এইবাৰ সামগ্ৰীৰ অৰ্ডাৰ লাভ কৰা সত্বেও তলাবন্ধৰ বাবে সেইবোৰ বিক্ৰীৰ বাবে পঠিওৱাটো সম্ভৱ হৈ নুঠিল।যিহেতু এই মহিলাসকলে কেৱল এৰী ৰেচম শিল্প উদ্যোগটোৰ জৰিয়তেই জীৱিকা নিৰ্বাহ কৰে সেয়েহে এইবাৰ তেওঁলোকৰ উৎপাদিত বস্ত্ৰ বিক্ৰী কৰিব নোৱাৰাত তীব্ৰ অৰ্থ সংকটত ভোগাৰ আশংকা কৰিছে।এই তলাবন্ধৰ ফলত এৰী ৰেচম পলু পালক সকলে পলুৰ প্ৰয়োজনীয় খাদ্য যোগাৰ কৰিব নোৱাৰি মহা সংকটত পৰা বুলি জানিব পৰা গৈছে।
এৰী ৰেচম পলু পালক মহিলাসকলে পলুৰ খাদ্যৰ বাবে এৰা গছৰ পাত আৰু কেচেৰু গছৰ পাতসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰিব লাগে।যোৱা ২৪মাৰ্চৰ পৰা দেশজুৰি তলাবন্ধ বলবৎ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকেও নিজকে গৃহবন্দী কৰি ৰাখিব লগীয়া হোৱাত এৰী ৰেচম পলুক প্ৰয়োজনীয় খাদ্য যোগান ধৰাত ব্যৰ্থ হয়।যাৰ ফলত খাদ্যৰ অভাৱতেই বহু পলু পালকৰ এৰী পলু মৃত্যু হোৱা পৰিলক্ষিত হয়।ইপিনে, বহু সংখ্যক এৰী ৰেচম পলু পালকে এইবাৰ পলুৰ খাদ্য সংগ্ৰহত দেখা দিয়া সমস্যাৰ বাবেই পূৰ্বৰ তুলনাত বহু কমকৈ পলু পালন কৰিছে।তলাবন্ধৰ ফলত ভীষণ ক্ষতিগ্ৰস্ত হোৱা মৰিগাঁও জিলাৰ মায়ং মনহাস্থিত বঙালবৰি গাঁৱৰ উদ্যোগী মহিলা জ্যোতিময়ী মাছাৰীয়ে আজি”দৈনিক অগ্ৰদূত”ক কয়,”আমাৰ এৰী ৰেচম শিল্প তলাবন্ধৰ ফলত গভীৰ সংকটৰ সন্মুখীন হব লগা হৈছে।ৰঙালী বিহুৰ সময়ছোৱাত প্ৰাকৃতিক ৰহনেৰে বোৱা মেখেলা-ছাদৰ, গামোচা, গলৱান, ঘৰৰ পৰ্দাকে ধৰি বিভিন্ন বস্ত্ৰ সামগ্ৰীৰ প্ৰায় দুই লাখ টকাৰ অৰ্ডাৰ পাইছিলো।কিন্তু তলাবন্ধৰ বাবে বস্ত্ৰ যোগান ধৰিব নোৱাৰিলো।ইয়াৰ ফলত আমাৰ বহুত লোকচান হ’ল। তদুপৰি প্ৰণালী বদ্ধ খাদ্য বৃক্ষৰ অভাৱত বিভিন্ন স্থানৰ পৰা এৰা গছৰ পাতকে ধৰি বিভিন্ন গছৰ পাত এৰী পলুক খাদ্য হিচাপে যোগান ধৰা হয়।কিন্তু তলাবন্ধৰ বাবে এইবাৰ সেই পাট সমূহ সংগ্ৰহ কৰিবলৈ কোনেও ঘৰৰ পৰা ওলাই যাব নোৱাৰাত এৰী পলুৰ খাদ্য সংকট হয়।যাৰ ফলত আমাৰ অঞ্চলৰ বহু পলু পালকে পূৰ্বৰ তুলনাত বহু কমকৈ পলু পালন কৰিবলৈ বাধ্য হৈছে।”
IMG 20200427 161830
তলাবন্ধৰ ফলত অঞ্চলটোৰ এৰী ৰেচম পলু পালক সকলেও পলুৰ প্ৰয়োজনীয় খাদ্য যোগাৰ কৰিব নোৱাৰি ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ কথা সদৰী কৰি জোনমণি তেৰণ নামৰ আন এগৰাকী মহিলাই কয়,” আমাৰ ঘৰত থকা এৰী গছৰ পাত পলুৰ খাদ্যৰ বাবে পৰ্যাপ্ত নহয়।সেয়েহে এৰী পলুৰ খাদ্যৰ বাবে এৰা গছৰ পাত, কেচেৰু গছৰ পাত বিচাৰি বিভিন্ন ঠাইলৈ যাব লাগে।তলাবন্ধৰ বাবে এইবাৰ পাট বিচৰা সম্ভৱ নহ’ল।ফলত বহুত সমস্যাত পৰিছো।” স্মৰ্তব্যযে,অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁৱত পূৰ্বৰে পৰা পৰম্পৰাগত ভাৱে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এৰী পলুৰ পালন আৰু বস্ত্ৰ উৎপাদন চলি আছিল যদিও সময়ৰ সোঁতত ক্ৰমান্বয়ে ই এলাগী হ’বলৈ ধৰে।কিন্তু এই বহু সম্ভাৱনাপূৰ্ণ এৰী শিল্পৰ পুণৰুজ্জীৱিতকৰণ আৰু উত্তৰণৰ বাবে একক ভাৱেই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি গৱেষক,প্ৰাণী বিজ্ঞানী ড° ভূৱন চুতীয়াই পদক্ষেপ গ্ৰহণ কৰে।তেওঁ অবিভক্ত নগাঁও জিলাৰ এৰী ৰেচম শিল্পৰ বিষয়ে এক প্ৰাথমিক জৰীপ আৰম্ভ কৰিছিল বিগত ২০১২চনত।প্ৰথম অৱস্থাত তেওঁ অবিভক্ত জিলা খনৰ ক’ত ক’ত এৰী পলু পুহি কাপোৰ বোৱা হৈছিল সেই স্থান সমূহ চিহ্নিত কৰে।সেই মৰ্মেই তেওঁ প্ৰথম পদক্ষেপ হিচাপে মৰিগাঁও জিলাৰ মায়ঙৰ মনহা আৰু নগাঁও জিলাৰ বেবেজীয়াৰ কুৰি গৰাকী আগ্ৰহী মহিলাক নগাঁও মহাবিদ্যালয়ৰ বিজ্ঞানগাৰলৈ আমন্ত্ৰণ কৰি আনি তেওঁলোকে এৰিব খোজা এৰী ৰেচম শিল্পৰ বৈজ্ঞানিক ভাৱে পালন, সূতা উৎপাদন আৰু বস্ত্ৰ উৎপাদনৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে।সেই সজাগতা সভাখনত ড° চুতীয়াই মহিলাসকলক এৰী ৰেচম পলুৰ বৈজ্ঞানিক ভাৱে পালন কৰা, বৈজ্ঞানিক ভাৱে সূতা কটা আৰু বস্ত্ৰ উৎপাদনৰ সন্দৰ্ভত এক প্ৰশিক্ষণ দিয়ে।
IMG 20200427 161641
লগতে সেই দিনাই  মহিলাসকলক এৰী পলুৰ খাদ্য হিচাপে বিবেচিত এৰা গছ আৰু কেচেৰু গছৰ বীজ আৰু এৰী পলুৰ কণীও বিতৰণ কৰে।স্মৰ্তব্যযে, এই মহিলাসকলে এসময়ত এৰী পলু পুহি এৰী কাপোৰ বৈছিল যদিও চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত পথৰ দাঁতিত থকি এৰি গছবোৰ কাটি পেলাৱাৰ পিছৰে পৰা সেই শিল্প বাদ দিছিল।সেই সজাগতা সভা খন অনুষ্ঠিত হৈছিল বিগত ২০১৩বৰ্ষৰ ফেব্ৰুৱাৰী মাহত।পৰৱৰ্তী কালত এই এৰী ৰেচম শিল্পৰ প্ৰসাৰ ঘটোৱা হয় অবিভক্ত নগাঁও জিলাৰ বেবেজীয়া, ডিমৌ,জলমৈ গাঁও, বাংথাই গাঁও, উৰিয়া গাঁও,ধিং, বঢ়মপুৰ, ঔ গুৰি,ধৰমতুল, মৰিগাঁও জিলাৰ বঙালবড়ী, বাৰপূজীয়া, ভূৰাগাঁও প্ৰমুখ্যে ১০-১২খন গাঁৱলৈ।সংশ্লিষ্ট এলেকাৰ ৰেচম পলু পালক শিপিনী সকলক লৈ কিছুমান গোটো গঠন কৰা হয়।কেৱল মৰিগাঁও জিলাৰ মনহাতেই গঠন কৰা হয় ১০টা গোট।অন্য গাঁৱসমূহক সাঙুৰি আন পাঁচটা গোট গঠন কৰা হয়।সম্প্ৰতি সেই গাঁৱসমূহৰ দুই শতাধিক মহিলাক সংগবদ্ধ বিভিন্ন গোটৰ জৰিয়তে এৰী ৰেচম বিপ্লৱৰ সূচনা কৰা হৈছে।এই গোট সমূহৰ অধীনত দুই শতাধিক উদ্যোগী মহিলাই ৰেচম এৰী শিল্পৰ কাম কৰি আছে।ইপিনে,পৰৱৰ্তী পৰ্যায়ত এই মহিলা সকলক এৰী ৰেচম শিল্পৰ বৈজ্ঞানিক ভাৱে পালন, পৰম্পৰাগত ভাৱে সূতা কটা টাকুৰীৰ বিপৰীতে মেচিনৰে সূতা কটা, ব্যৱসায়িক ভাৱে এৰী বস্ত্ৰ উৎপাদন কৰাৰ সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হয়।তাৰ পাছৰ পৰাই এই গোট সমূহৰ মহিলা সকলে ব্যৱসায়িক ভিত্তিক এৰী ৰেচম বস্ত্ৰ উৎপাদনৰ কামত ব্ৰতী হয়।শিপিনী সকলে নিজে উৎপাদন কৰা এৰী সূতাত প্ৰাকৃতিক ভাৱে উপলব্ধ বিভিন্ন ৰং যেনে-হালধি, শেৱালি ফুল, কঠাল,তামোল, ডালিম, জেতুকা, লা,সেন্দুৰ, নীল, মাছৰ পিত্তৰ পৰা তৈয়াৰ কৰা জৈৱিক ৰং দি সেই সূতাৰে ৰং বিৰঙৰ এৰী বস্ত্ৰ প্ৰস্তুত কৰি তাক ব্যৱহাৰ কৰিছে।এই ৰং বিৰঙৰ বস্ত্ৰই বজাৰ দখল কৰিবলৈকো সক্ষম হৈছে।
ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d