ৰাজ্যত পুনৰ অনুভূত হ’ল ভূমিকম্প। ৰিখতাৰ স্কেলত ৩.৫ প্ৰাবল্যৰ আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বিআংলং । ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত আজি জোকাৰণীৰ সৃষ্টি হয়। মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে এই তথ্য । অৱশ্যে আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ বাবে ৰাজ্যত ক্ষয়- ক্ষতি হোৱাৰ কোনো তথ্য পোহৰলৈ অহা নাই বুলিও জনায় বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই।
ADVERTISEMENT